মহানগৰীৰ যোৰাবাটত প্ৰায় ২ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ
গুৱাহাটী ১০ জুলাই যোৰাবাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সাফল্য। যোৰাবাটত প্ৰায় ২ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিলে যোৰাবাট আৰক্ষীয়ে। তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰী জালত পৰিছে যোৰাবাট আৰক্ষীৰ। গুৱাহাটীৰ পৰা ট্ৰাকযোগে নি থকা অৱস্থাত যোৰাবাট আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি। অসম …