দুগ্ধ উৎপাদন বৃদ্ধি কৰিবলৈ পশুধনৰ বাবে পৰিপূৰক মুকলি কৰিলে পূৰবী ডেইৰীয়ে
গুৱাহাটী ১৮ ফেব্ৰুৱাৰী পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেড অৰ্থাৎ পূৰবী ডেইৰীয়ে দুগ্ধ উৎপাদন বৃদ্ধি আৰু পশুপালকৰ উৎপাদন ব্যয় হ্ৰাস কৰিবলৈ পশুধনৰ বাবে পৰিপূৰক ‘পূৰবী পশু পুষ্টি’ মুকলি কৰে। দুগ্ধ উৎপাদন বৃদ্ধি আৰু পশুপালকৰ উৎপাদন ব্যয় হ্ৰাস কৰাৰ এই …