বিঘাই বিঘাই গেলিছে তৰমুজ : মূৰে-কপালে হাত দিব লগা অৱস্থা দৰিদ্ৰ কৃষকৰ
জোনমণি বেগম বিশ্বনাথ ২০ মে’ বৰ্তমান সমগ্ৰ দেশতে চলি থকা ক’ভিড ত্ৰাসৰ পৰিপ্ৰেক্ষিতত স্তদ্ধ হৈ পৰিছে দেশৰ অৰ্থনৈতিক দিশ৷ ক’ভিডৰ দ্বিতীয়টো ঢৌ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে দৈনিক সলনি কৰিছে নীতি-নিৰ্দেশনা৷ নিতৌ সলনি হৈছে ক’ভিড পৰিস্থিতিৰ দৃশ্যপট৷ দেশৰ কেইবাখনো ৰাজ্যত ঘোষণা কৰা …