২৫ ফেব্ৰুৱাৰীত মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হ’ব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ
কুন্দন ভৰালী নগাঁও ১৯ ফেব্ৰুৱাৰী পুনৰ অসমলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ। নগাঁৱৰ ভেৰভেৰী মহামৃত্যুঞ্জয় মন্দিৰত ২২ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ অনুষ্ঠিত হ’ব স্থিৰ প্ৰাণ প্ৰতিষ্ঠা আৰু ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ। ২৫ ফেব্ৰুৱাৰীত মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হ’ব দেশৰ গৃহমন্ত্ৰী অমৃত …