বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীক কলংপাৰ বঁটা প্ৰদান
কুন্দন ভৰালী নগাঁও ৩ জানুৱাৰী বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীক কলংপাৰ বঁটা প্ৰদান। নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক বাতৰি কাকত কলংপাৰৰ উদ্যোগত প্ৰদান কৰা হয় কলংপাৰ বঁটা। দেওবাৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তথা গল্পকাৰ মনোজ কুমাৰ …