পৰ্যটকস্থলী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰে এখন গাঁৱত উপস্থিত ৬০ গৰাকী এচ এচ এচৰ শিক্ষাৰ্থী
জোনমণি বেগম বিশ্বনাথ ২৯ জানুৱাৰী বিশ্বনাথ জিলাৰ অন্তৰ্গত অসম অৰুণাচল প্ৰদেশ সীমান্তৰ এখন অতিকৈ পিছপৰা গাঁও। ৰাজ্যৰ অন্যান্য গাঁও সমূহৰ তুলনাত এই গাঁওখনত নাই কোনো ধৰণৰ অত্যাধুনিক সা-সুবিধা। গাঁওখনৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশক সম্পদ হিচাপে লৈ গাঁওখনক এক আকৰ্ষণীয় পৰ্যটকস্থলী হিচাপে …