আজমল ফাউণ্ডেচনে নিৰ্মাণ কৰি দিয়া ১২ খন পকী ঘৰ হিতাধিকাৰীক চমজাই দিলে আব্দুৰ ৰহমান আজমলে

ছাহিদুল আলম ডবকা ২৯ অক্টোবৰ আজমল ফাউণ্ডেচনে নিৰ্মাণ কৰি দিয়া ১২ খন পকী ঘৰ ডবকাত হিতাধিকাৰীক চমজাই দিলে আব্দুৰ ৰহমান আজমলে। যমুনামুখ সমষ্টিৰ সুতাৰগাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ অতি দুখীয়া বিধৱা আৰু ঠেলা চলাই জীৱন নিৰ্বাহ কৰা ১২ গৰাকী হিতাধীকাৰিক …

‘চোহিৰদ’ আঁচনিৰ ধন ব্যাপক অনিয়মৰ অভিযোগ নুৰুল হুদাৰ বিৰূদ্ধে।

মুস্তাক আহমেদ জুৰীয়া ২৯ অক্টোবৰ বিধায়ক নুৰুল হুদাৰ বিৰূদ্ধে ভয়ংকৰ অভিযোগ। ৰূপহী হাটত ২০১৮-২০১৯ চনৰ চোহিৰদ আঁচনিৰ ধন ব্যাপক অনিয়মৰ অভিযোগ নুৰুল হুদাৰ বিৰূদ্ধে। অনিয়মকলৈ সৰৱ হৈ পৰিছে এ আই ইউ ডি এফ। বিগত সময়ত নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিত চৰকাৰী …

ৰঙিয়াত পোৱা গ’ল কোটি টকীয়া ৯০ দশকৰ টেলিভিছন

ৰঙিয়া ২৯ অক্টোবৰ অৱশেষত ৰঙিয়াত পোৱা গ’ল কোটি টকীয়া ৯০ দশকৰ টেলিভিছন। বিশেষ টেলিভিছনটোৰ সন্ধানত নামি পৰিছিল বহু চাকৰিয়ালৰ পৰা শিক্ষিত যুৱক। ৰঙিয়াৰ চেপ্তীত উদ্ধাৰ হোৱা পৰিয়ালটোৰ ঘৰত গ্ৰাহকৰ ব্যাপক ভিৰ। বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত চৰ্চাৰ বিষয়া বস্তু হৈ …

চিৰাংত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ

চিৰাং ২৯ অক্টোবৰ চিৰাংত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। আৰক্ষীৰ অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে মাটিত পুতি থোৱা অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰে।  বড়ো ভূমিত চিৰাং আৰক্ষীয়ে পুনৰ লাভ কৰিছে এক বিশেষ সাফল্য। বিটিচি পৰিষদীয় নিৰ্বাচনৰ …

মেধাবী ছাত্ৰৰ উচ্চ শিক্ষাৰ বাবে পুনৰ আগুৱাই আহিল আজমল পৰিয়াল

ছাহিদুল আলম ডবকা ২৯ অক্টোবৰ ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ বিজ্ঞান শাখাৰ প্ৰথম স্থানপ্ৰাপ্ত অবিনাশ কলিতাৰ উচ্চ শিক্ষাৰ দায়িত্ব ললে আজমল পৰিয়ালে৷ অবিনাশ কলিতাক আজমল ফাউণ্ডেচনৰ যোগেদি ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য। কৃতি শিক্ষাৰ্থীগৰাকীৰ উচ্চশিক্ষাৰ বাবে প্ৰতিমাহে ৫ হাজাৰ …

শিৱসাগৰৰ ৰাজপথত দুই গোটৰ মাজত ভয়ংকৰ সংঘৰ্ষ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ২৯ অক্টোবৰ শিৱসাগৰৰ দলমুখ চাৰিআলিত বুধবাৰে নিশা ভয়ংকৰ সংঘৰ্ষ৷ হাতে হাতে দা, লাঠী লৈ সংঘৰ্ষত লিপ্ত দুটা গোট। পদপথত বসবাস কৰা দুই গোটৰ সংঘৰ্ষত এগৰাকী যুৱতীসহ কেইবাজনো লোক কম বেছি পৰিমাণে আহত। হাতে …

নিজৰ মুনাফা আদায় নহ’লে উন্নয়ন নহয়

ৰঙিয়া ২৯ অক্টোবৰ নিজৰ মুনাফা আদায় নহ’লে উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষই। মুনাফা আদায় নোহোৱা বাবেই এখন জৰাজীৰ্ণ দলং পকীকৰণৰ ক্ষেত্ৰত বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ। ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাৰ …

“ডি ৱাই ৩৬৫” ৰ সাংবাদিক মিতুৰাণীৰ নতুন এলবাম “সোৱৰণী”য়ে খলকনি সৃষ্টি কৰিছে সামাজিক মাধ্যমত

আজিজুল হক বৰপেটা ২৮ অক্টোবৰ “ডি ৱাই ৩৬৫” নিউজ চেনেলৰ সাংবাদিক মিতুৰাণীৰ নতুন এলবাম “সোৱৰণী”য়ে খলকনি সৃষ্টি কৰিছে সামাজিক মাধ্যমত। সাংবাদিকতাৰ লগতে সংগীত জগতত আগুৱাই গৈছে মিতুৰাণীয়ে। দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ “সোৱৰণী”ৰ।  অসমৰ আগশাৰীৰ নিউজ চেনেল “ডি ৱাই ৩৬৫” ৰ …

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কমিটি গঠনকলৈ উত্তপ্ত পৰিস্থিতি

আব্দুল বাশিদ সৰকাৰ হাটশিঙিমাৰী ২৮ অক্টোবৰ দক্ষিণ শালমাৰা অসম-মেঘালয় সীমান্তৰ ভাইটবাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কমিটি গঠনকলৈ উত্তপ্ত পৰিস্থিতি। পুৰণি কমিটীৰ সময় উকলি যোৱাত বিদ্যালয়খনৰ অধ্যক্ষই কোনো সাধাৰণ সভা অনুষ্ঠিত নকৰাকৈ বিদ্যালয়খনৰ নতুনকৈ পৰিচালনা সমিতি গঠন কৰাৰ শুরুত্বৰ অভিযোগ। কভিড প্ৰট’কলৰ …

ভূৱা নিযুক্তি পত্ৰৰে যোগদান কৰিবলৈ আহি আৰক্ষীৰ জালত পশ্চিম বংগৰ যুৱক

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমানৰ হাজৰিকা শিৱসাগৰ ২৮ অক্টোবৰ অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ কেলেংকাৰী সন্দৰ্ভত অসম আৰক্ষীয়ে চলাই থকা তদন্তৰ মাজতেই শিৱসাগৰত সংঘটিত হৈছে এক ভূৱা নিযুক্তিৰ ঘটনা৷ ভুৱা নিযুক্তিপত্ৰৰে যোগদান কৰিবলৈ আহি শিৱসাগৰ আৰক্ষীৰ জালত পৰিল পশ্চিম বংগৰ কোচবিহাৰৰ …