গোসাইগাঁৱত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফ দলৰ অনশন কাৰ্যসূচী
মীৰ জিয়াউৰ ৰহমান গোসাইগাঁও ২ অক্টোবৰ গোসাইগাঁৱত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফ দলৰ অনশন কাৰ্যসূচী। বিগত কিছুদিন ধৰি বিটিচি পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত বিপিএফ দলে ধাৰাবাহিক আন্দোনলা চলাই আহিছে। গোসাইগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত …