সদৌ অসম ডিব্ৰুগড় ছাত্ৰ সন্থই দাহ কৰিলে বিধায়ক বিমল বৰা প্ৰতিকৃতি
ইমৰান আলীৰ সৈতে শ্বাহনৱাজ আহমেদ ডিব্ৰুগড় ২৯ ছেপ্টেম্বৰ সদৌ অসম ডিব্ৰুগড় ছাত্ৰ সন্থৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ লগত বিধায়ক বিমল বৰাৰ নাম সাঙোৰ খাই পৰাত বিমল বৰাৰ প্ৰতিকৃতি দাহ কৰিলে ডিব্ৰুগড় ছাত্ৰ সন্থই। …