ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত ব্যক্তি সকলৰ এইবাৰ আৰু ৰক্ষা নাই

কুন্দন ভৰালী নগাঁও ১২ ছেপ্টেম্বৰ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম চৰকাৰৰ গৃহ বিভাগ।এইবাৰৰ পৰা আৰু ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত ব্যক্তি সকলৰ ৰক্ষা নাই। এতিয়াৰ পৰা নিচাযুক্ত দ্ৰব্য সৰবৰাহ কৰা কাৰ্যত জৰিত সকলে সহজে মুক্তি নাপাব জেলৰ পৰা। ড্ৰাগছ তথা …

শিৱসাগৰত বিলাসী বাহনত উঠি অহা ব্যৱসায়ীৰ গুণ্ডামি : ঘুচিয়াই বগৰালে আৰক্ষীৰ জোৱানক

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১২ ছেপ্টেম্বৰ শিৱসাগৰত বিলাসী বাহনত উঠি অহা এজন ব্যৱসায়ীৰ নিশা গুণ্ডামি। সুৰাৰ ৰাগীত মাতাল ব্যৱসায়ী প্ৰণৱ দত্তই ঘুচিয়াই বগৰালে কৰ্তব্যৰত যানবাহন আৰক্ষীক। চোলাত ধৰি চোঁচৰালে ট্ৰেফিক কনিষ্টবল মনোজ দিহিঙিয়াক৷ ঘটনাক লৈ সমগ্ৰ শিৱসাগৰত …

শনিবাৰে চীনৰ পি এল এ সেনাই ঘূৰাই দিব অৰুণাচল প্ৰদেশৰ পাঁচ যুৱকক

নিউজ ডেস্ক ১১ ছেপ্টেম্বৰ শনিবাৰে চীনৰ পি এল এ সেনাই ঘূৰাই দিব অৰুণাচল প্ৰদেশৰ পাঁচ যুৱকক। কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুয়ে টুইট যোগে প্ৰকাশ কৰিলে এই কথা। শনিবাৰে যিকোনো সময়ত অৰুণাচল প্ৰদেশলৈ ঘূৰি আহিব পাৰে যুৱক কেইজন। শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰণ …

কৰ্মসংস্থাপনহীন হোৱাৰ দিশে ৰাজ্যৰ ১৪০০ অসমীয়া যুৱক-যুৱতী

কুন্দন ভৰালী নগাঁও  ১১ ছেপ্টেম্বৰ মুখ্যমন্ত্ৰী মহাশয় আমাৰ চাকৰি বচাওক। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আমাক চাকৰিৰ পৰা নেখেদিব।কৰ্মসংস্থাপনহীন হোৱাৰ দিশে ৰাজ্যৰ ১৪০০ অসমীয়া যুৱক-যুৱতী। লকডাউনৰ মাজতো যথেষ্ট কষ্টৰে সেৱা আগবঢ়োৱা অসমৰ ১৪০০ অসমীয়া যুৱক-যুৱতীক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ প্ৰস্তুতি চলাইছে অসমৰ স্বাস্থ্যবিভাগে। …

গীত কামৰূপাক ৰক্ষণাবেক্ষণ দিবলৈ শিৱসাগৰ জিলা আৰক্ষী-প্ৰশাসন উঠি-পৰি লাগিছে : যৌথ সংগ্ৰামী মঞ্চ

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা শিৱসাগৰ ১১ ছেপ্টেম্বৰ গীত কামৰূপাক ৰক্ষণাবেক্ষণ দিবলৈ শিৱসাগৰ জিলা আৰক্ষী-প্ৰশাসন উঠি-পৰি লাগিছে। শিৱসাগৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে সকলো বিষয়া গীত কামৰূপাক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা চলাই আছে। ১৬ দিন পিছতো গীত কামৰূপাক গ্ৰেপ্তাৰ নকৰাৰ …

জনীয়া সত্ৰত লুটপাত কৰিবলৈ অহা দুৰ্বৃত্ত আটক

জনীয়া ১১ ছেপ্টেম্বৰ জনীয়া সত্ৰত লুটপাত কৰিবলৈ অহা দুৰ্বৃত্ত আটক। প্ৰাতঃভ্ৰমণলৈ অহা লোকে দুৰ্বৃত্ত জনক আটক কৰি গতাই দিয়ে আৰক্ষীক। ধৃত দুৰ্বৃত্ত জন হৈছে সৰ্থেবাৰীৰ মনোজ বড়ো। বৰপেটাৰ আৰক্ষীয়ে দুৰ্বৃত্ত জনক জেৰা চলাই আছে। বৰপেটা জিলাৰ গণককুছি সত্ৰত গুৰুজনাৰ আসন …

জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক

কলগাছিয়া ১১ ছেপ্টেম্বৰ জনীয়া সমষ্টিৰ কলগাছিয়াৰ জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। বিগত ১০ বছৰে মেৰামতি হোৱা নাই পথটো। কুম্ভকৰ্ণ নিদ্ৰাত বৰপেটাৰ সাংসদ আব্দুল খালেক আৰু গড়কাপ্তানী বিভাগ। পথটো মেৰামতি কৰি দিয়াৰ বাবে চৰকাৰক অনুৰোধ স্থানীয় ৰাইজক। ৰাজ্যৰ পৰিৱৰ্তনকামী সোণোৱাল …

ভোট ভিক্ষা কৰিবলৈ গৈ ৰাইজৰ খেদা খালে বড়ো ওমেন জ্যাষ্টিক ফ’ৰামৰ কাৰ্যকৰী সভানেত্ৰী

ওদালগুৰি ১১ ছেপ্টেম্বৰ বি পি এফ দলৰ হৈ ভোট বিচাৰি ৰাইজৰ খেদা খালে বড়ো ওমেন জ্যাষ্টিক ফ’ৰামৰ কাৰ্যকৰী সভানেত্ৰী। ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰী ওমেন জ্যাষ্টিক ফ’ৰামৰ সভানেত্ৰী। কিছুদিন পূৰ্বে বি পি এফ’ত যোগদান কৰিছিল অঞ্জলী দৈমাৰী। বি টি চি …

ভুল স্বীকাৰ কৰিলে বি পি এফৰ নেতাই

বাক্সা ১০ ছেপ্টেম্বৰ নিজৰ ভুল স্বীকাৰ কৰিলে বি পি এফ নেতাই। সিদিনা মই তেনচনত আছিলো সেই বাবে মই তেনেকৈ কলো। হিমন্ত জেল যাব বুলি ক’ব নালাগিছিল। বাক্সা জিলাৰ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী ফনিন্দ্ৰ বসুমতাৰীয়ে …

গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদ

গোলাঘাট ১০ ছেপ্টেম্বৰ গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰতিবাদ। চিকিৎসালয়খনত পৰিচালনা সমিতিয়ে নিযুক্তি দিয়া স্বাস্থ্যকৰ্মীৰ প্ৰতিবাদ। কম পাৰিশ্ৰমিকৰ বিনিময়ত চিকিৎসালয়খনত কৰ্মৰত স্বাস্থ্যকৰ্মীক চৰকাৰে উপেক্ষা কৰাক লৈ প্ৰতিবাদ। গোলাঘাট জিলাৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত বৃহস্পতিবাৰে কৰ্মৰত ৭৪ গৰাকী স্বাস্থ্যকৰ্মীয়ে অধীক্ষকৰ কাৰ্যালয় …