গোৱালপৰীয়া লোকগীতৰ কণ্ঠ শিল্পীক শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ
আনিছুৰ আলী গৌৰিপুৰ ২ ছেপ্টেম্বৰ ধুবুৰীত এগৰাকী গোৱালপৰীয়া লোকগীতৰ কণ্ঠ শিল্পী শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে। স্বামীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিলে গোৱালপৰীয়া লোকগীতৰ জনপ্ৰিয় কণ্ঠ শিল্পী সাজিদা সৰকাৰে। প্ৰেম বিবাহেৰে যুগ্ম জীবন আৰম্ভণি কৰি এতিয়া …