মুখ্যমন্ত্ৰী আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ
গুৱাহাটী ২০ আগষ্ট ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দাহ কৰা হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সংখ্যালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ প্ৰতিমূৰ্তি। হাতীগাঁৱত আমছুৰ কৰ্মকর্তা সকলে সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন কেলেংকাৰীৰ তদন্তৰ দাবী জনাই দাহ কৰিলে প্ৰতিমূৰ্তি। ৰাজ্যত সংঘটিত হোৱা …