আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
ডুমডুমা ১৯ ছেপ্টেম্বৰ ডুমডুমাৰ বাইপাছত আদিবাসী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। ডুমডুমাৰ বিধায়ক দুৰ্গা ভূমিজ, তিনিচুকীয়াৰ বিধায়ক তথা মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ প্ৰতিমূৰ্তি দাহ প্ৰতিবাদকাৰীৰ। তিনিচুকীয়া জিলাৰ ডুমডুমা বাইপাছত শনিবাৰে আদিবাসী ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। …