মধ্যপ্ৰদেশৰ ইণ্ডোৰৰ পৰা চাইকেল চলাই বাক্সাত উপস্থিত গোৰেশ্বৰৰ আঠজনকৈ যুৱক

বাক্সা, সংবাদ ৩৬৫, ২৪ মে’ : মধ্যপ্ৰদেশৰ ইণ্ডোৰৰ পৰা চাইকেল চলাই বাক্সাত উপস্থিত গোৰেশ্বৰৰ আঠজনকৈ যুৱক। ইণ্ডোৰৰ এটা ব্যক্তিগত প্ৰতিস্থানত কৰ্মৰত এই আঠজন যুৱকে বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে চাইকেল চলাই দেওবাৰে পুৱা প্ৰায় ৩ বজাত উপস্থিত হয় বাক্সাত। পূৰ্বৰ তিনিটা পৰ্যায়ৰ …

অসমবাসী ৰাইজলৈ এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ ঈদৰ শুভেচ্ছা

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ মে’ : আগন্তুক ঈদ-উল-ফিটৰ উপলক্ষে অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে এ আই ইউ ডি এফৰ দলৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে৷ সংবাদ মাধ্যমলৈ প্ৰেৰন কৰা এক বিবৃত্তিত সাংসদ আজমলে কয় যে পবিত্ৰ ঈদে সমাজলৈ …

বৰহাটত কৰ’ণা যোদ্ধা সকলক সম্বৰ্ধনা জিলা কংগ্ৰেছৰ

চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ২৩ মে’ :  চৰাইদেউ জিলাৰ বৰহাটত কৰ’ণা যোদ্ধা সকলক সম্বৰ্ধনা জিলা কংগ্ৰেছৰ। কৰ’ণা ভাইৰাছ বিৰোধী অৱদানৰ বাবে জিলাখনৰ সাংবাদিক, আৰক্ষী, চিকিৎসক আৰু স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা জনালে চৰাইদেউ জিলা কংগ্ৰেছে। বিশ্বজুৰি সন্ত্ৰাসৰ চলাই থকা মহামাৰী …

দিহিং-পাটকাই বনাঞ্চলৰ অবৈধ কয়লা খননক বৈধ ৰূপ দিয়াৰ ষড়যন্ত্ৰ কৰিছে চৰকাৰে : অসম গণ মঞ্চ

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মে’ : দিহিং-পাটকাই বনাঞ্চলৰ কয়লা খননক লৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’বলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে নৱগঠিত দল অসম গণ মঞ্চই। দিহিং-পাটকাই বনাঞ্চলত পূৰ্বৰে পৰা চলি থকা অবৈধ কয়লা খননক বৈধ ৰূপ দিয়াৰ বাবে চৰকাৰে …

সংখ‍্যালঘু আঁচনিৰ নামত কোটি কোটি টকা লুন্ঠন বহিৰাগত কোম্পানীৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মে’ : কেন্দ্ৰীয় চৰকাৰে ২০১৭-১৮ বৰ্ষত অসমৰ সংখ‍্যালঘু ছাত্র-ছাত্ৰী স্বাৱলম্বী তথা দক্ষতা বিকাশৰ বাবে এক আঁচনি প্ৰস্তুত কৰিছিল। এই আঁচনিৰ জৰিয়তে অসমৰ গুৱাহাটী, বৰপেটা আৰু নগাঁও জিলাৰ ৫০০ ছাত্র-ছাত্ৰীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ লগতে কৰ্মসংস্হাপন দিবৰ …

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট : একেলগে ৫৩ জন লোকৰ শৰীৰত কৰ’ণা ভাইৰাছ

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মে’ : শনিবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰি কৰিছে এক ভয়ংকৰ খবৰ। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে টুইট যোগে জানিবলৈ দিয়ে ৰাজ্যত একেলগে ৫৩ জনকৈ লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ কথা। আক্রান্ত সকলৰ ভিতৰত ৪৪ জন …

মাজুলীত ৰাজহুৱা সভা পাতি মুখ্যমন্ত্ৰীৰ চেক বিতৰণ : বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, সংবাদ ৩৬৫, ২২ মে’ : লক ডাউনৰ নীতি-নিয়ম ভংগ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৰাজহুৱা সভা পাতি চেক বিতৰণৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ এই কাৰ্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক ভুল কৰা বুলি আহ্বান জনোৱাৰ দাবী …

দিহিং-পাটকাই বৰ্ষাৰণ্য ৰক্ষাৰ দাবীত আছুৰ মানৱ শৃংখল

তিনিচুকীয়া, সংবাদ ৩৬৫, ২২ মে’ : দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ অনুমতিৰ বিৰোধিতা কৰি আছুৰ মানৱ শৃংখলা। দিহিং-পাটকাই ৰক্ষাৰ দাবীত শুকুৰবাৰে তিনিচুকীয়া জিলাত আছুৱে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্বজুৰি কভিড-১৯ কৰ’ণা ভাইৰাছৰ তাণ্ডৱ অব্যাহত আছে। ভাৰতৰ কেইবাখনো …

মানকাচৰৰ আসাম কাটা বজাৰত দুৰ্বৃত্তই জ্বলালে দুখনকৈ দোকান থানাত গোচৰ ৰুজু

হাটশিঙিমাৰী, সংবাদ ৩৬৫, ২১ মে’: দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা অন্তৰ্গত আসাম কাটা বজাৰত বুধবাৰে নিশা প্ৰায় ১ মন বজাত দুখনকৈ দোকান জুইত ভস্মীভূত হোৱা ঘটনাই সমগ্ৰহ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। জিলকাত আলী আৰু ৰুছতম আলী নামৰ দুজন ব্যৱসায়ীৰ গেলামাল …

দিহিং-পাটকাইত কয়লা খনন সন্দৰ্ভত প্ৰতিক্ৰিয়া

চৰাইদেউৰ পৰা সুৰেণ বুঢ়াগোহাঁই, সংবাদ ৩৬৫, ২০ মে’ : দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বিস্তৃতি আৰু ঘন বনাঞ্চলৰ বাবে সমগ্ৰহ বিশ্বতে এই বন্যপ্ৰাণী অভয়াৰণ্যখন বিখ্যাত ‘আমাজন অফ ইষ্ট’ নামেৰে। অভয়াৰণ্যখন ইয়াৰ চহকী জৈৱবৈচিত্ৰ্যৰ বাবে যিদৰে বিখ্যাত সেইদৰে এই অভয়াৰণ্যখনৰ ভূগৰ্ভত থকা কয়লা …