ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্টে সম্বৰ্ধনা জনালে আন্ত:ৰাষ্ট্ৰীয় শ্বাটলাৰ মাধুৰ্য্য বৰুৱাক

গুৱাহাটী, সংবাদ ৩৬৫, ১৩ ফেব্ৰুৱাৰী: অসমৰ প্ৰাক্তন আন্ত:ৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ মাধুৰ্য্য বৰুৱাক বৃহস্পতিবাৰে গুৱাহাটীত সম্বৰ্ধনা জনাই অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোচিয়েছনে। ৰাজস্থান বেডমিণ্টন সন্থাৰ মুখ্য উপদেষ্টা তথা যোধপুৰ বেডমিণ্টনৰ ছিনিয়ৰ উপ-সভাপতিৰ দায়িত্বত থকা মাধুৰ্য্য বৰুৱা অসম ক্ৰীড়া প্ৰাধিকৰনৰ সদস্য …

১৬ ফেব্ৰুৱাৰীত ৰামলীলা মৈদানত তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব কেজৰিৱালে

দিল্লী, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰী : দেশৰ ৰাজধানী দিল্লী পুনৰ দখল কৰি অহা ১৬ ফেব্ৰুৱাৰীত ৰামলীলা মৈদানত তৃতীয়বাৰৰ বাবে দিল্লীৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব অৰবিন্দ কেজৰিৱালে। যোৱা পাঁচ বছৰৰ দিল্লীৰ উন্নয়ৰ ৰিপৰ্ট কাৰ্ডলৈ দিল্লীবাসীৰ ওচৰত ভোট বিচাৰি যোৱা আম আদমী …

আদিবাসী শান্তি চুক্তি স্বাক্ষৰ আৰু জনজাতিকৰণৰ দাবীত বাক্সাৰ ডুমুনীত আদিবাসী সকলৰ বিশাল গণসমাৱেশ

বাক্সা, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰী : বাক্সা জিলাৰ ডুমুনীত আদিবাসী সকলৰ বিশাল গণসমাৱেশ৷ আদিবাসী শান্তি চুক্তি স্বাক্ষৰ আৰু জনজাতিকৰণৰ দাবীৰ লগতে আদিবাসী সকলৰ সমস্যা সমাধান নকৰিলে ভোট বৰ্জনেৰে বিজেপি আৰু বি পি এফক যোগ্য প্ৰত্যুত্বৰ দিয়াৰ হুংকাৰ। আদিবাসী সকলৰ দীৰ্ঘ …

দিল্লীবাসীয়ে উন্নয়নৰ ৰিপৰ্ট কাৰ্ড চাই ভোটদান কৰিলে আম আদমী পাৰ্টিক

দিল্লী, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰী : দেশৰ ৰাজধানী দিল্লী পুনৰ দখল কৰিলে আম আদমী পাৰ্টিয়ে। অৰবিন্দ কেজৰিৱাল তৃতীয়বাৰলৈ অধিষ্ঠিত হ’ব দিল্লীৰ মুখ্যমন্ত্ৰীৰ পদত। দিল্লীবাসীয়ে উন্নয়ৰ ৰিপৰ্ট কাৰ্ড চাই ভোটদান কৰিলে আম আদমী পাৰ্টিক। কংগ্ৰেছ দ্বিতীয়বাৰৰ বাবে দিল্লীত শূণ্যৰ ঘৰত থকাৰ …

লোকেল উৎপাত সৈতে লোকেল কুংফু টীম আকৌ উভতি আহিছে

গুৱাহাটী, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰী : লোকেল কুংফু আৰু হেভী বাজেটৰ বিনোদনকাৰী টীম উভতি আহিছে তেওঁলোকৰ নতুন চলচ্চিত্ৰ লোকেল উৎপাতৰ সৈতে, অহা ৪ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব লোকেল উৎপাত। কেনী বসুমতাৰীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত লোকেল উৎপাতৰ টীজাৰ মুকলি কৰা …

মমিনুল আৱাল, ডঃ নোমল মমিন আৰু নাছিৰ মোল্লাৰ বিৰুদ্ধে গোচৰ ৰুজু

দক্ষিণ শালমাৰা-মানকাচৰ, সংবাদ ৩৬৫, ১১ ফেব্ৰুৱাৰী : ৰাজ্যিক বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱাল, বিজেপিৰ বিধায়ক ডঃ নোমল মমিন আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিজেপিৰ সভাপতি নাছিৰ মোল্লাৰ বিৰুদ্ধে দক্ষিণ শালমাৰা-মানকাচৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ গোচৰ ৰুজু। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰত এক …

প্ৰথম দিনাই ধুবুৰীৰ চাপৰত বহিষ্কৃত ১৭ গৰাকীকৈ পৰীক্ষাৰ্থী

ধুবুৰী, সংবাদ ৩৬৫, ১০ ফেব্ৰুৱাৰী : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই ধুবুৰী জিলাৰ চাপৰত বহিষ্কৃত হ’ল ১৭ গৰাকীকৈ পৰীক্ষাৰ্থী।পৰীক্ষাকেন্দ্ৰত নকল কৰি থকা অৱস্থাত ধৰা পৰি চাপৰৰ দুখনকৈ বিদ্যালয়ৰ ১৭ গৰাকী পৰীক্ষাৰ্থী বহিষ্কৃত হ’ল। সোমবাৰৰ পৰা আৰম্ভ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ …

ঐক্যবদ্ধ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান কৃষক নেতা অখিল গগৈৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১০ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান কৃষক নেতা অখিল গগৈৰ। খেলপথাৰৰ আন্দোলন ৰাজপথলৈ আনি চৰকাৰক বাধ্য কৰিব লাগিল নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ। জয় আই অসম ধ্বনিৰে আদালতৰ চৌহদ উত্তাল কৰি …

গ্ৰেটাৰ গুৱাহাটী বেবী লীগ অনুৰ্ধ ১২ৰ খিতাপ খানাপাৰা পেগাছাছৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰী: খানাপাৰা পেগাছাছে গ্ৰেটাৰ গুৱাহাটী বেবী লীগ চমুকৈ জিজিবিএলৰ দ্বিতীয় ছিজনৰ অনুৰ্ধ ১২ৰ খিতাপ দখল কৰিছে৷ দেওবাৰে জিজিবিএলৰ একাদশ মেচ ডে’ত অনুষ্ঠিত হোৱা ফাইনেল ৰাউণ্ডৰ মেচত পেগাছাছে মুঠ ২৪ পইন্টেৰে তালিকাৰ শীৰ্ষস্থান নিশ্চিত কৰে৷ মনোময় ডীয়েৰ্ছ …

ৰঙিয়াৰ ১৬শ বিঘা খেতিপথাৰত কি কৰিছে আই আই টি গুৱাহাটীৰ ৪০ জনীয়া দলে?

ৰঙিয়া, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ ৰঙিয়াৰ ইচ্ছাঘৰীয়াৰ ১৬শ বিঘা খেতিপথাৰত দেওবাৰে আই আই টি গুৱাহাটীৰ ৪০ জনীয়া দল আহি উপস্থিত হয়। বছৰত মাত্ৰ তিনি মাহ খেতি কৰাৰ পিছতে পৰিত্যক্ত অৱস্থাত পৰি থকা খেতিপথাৰখনকলৈ গৱেষণা আৰম্ভ কৰিলে আই …