সামাজিক দূৰত্ব বজাই ৰাখি খাদ্য সামগ্ৰী সংগ্ৰহ পাহাৰীয়া অঞ্চলৰ জনতাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ৫ এপ্ৰিল : সামাজিক দূৰত্ব বজাই ৰখাটোৱে বৰ্তমানলৈকে একমাত্ৰ উপায় কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ। মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ এই উপায় বিভিন্ন সময়ত ৰাইজে সঠিক ভাবে পালন নকৰা পৰিলক্ষিত হোৱাৰ মাজতে দেওবাৰৰ মহানগৰীৰ …

শনিবাৰে নিশাৰ ভাগত ২৬ জনলৈ বৃদ্ধি হ’ল অসমত কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা

গুৱাহাটী, সংবাদ ৩৬৫, ৫ এপ্ৰিল: শনিবাৰে নিশাৰ ভাগত ২৬ জন হয়গৈ অসমত মাৰাত্মক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। শনিবাৰে দিনৰ ভাগত লখিমপুৰ জিলাত ১ জন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছত নিশাৰ ভাগত কাছাৰ জিলাত ১ জন …

শুকুৰবাৰ নিশাৰ ভাগলৈ ৰাজ্যত ২৪ জনলৈ বৃদ্ধি পালে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা

গুৱাহাটী, সংবাদ ৩৬৫, ৪ এপ্ৰিল : শুকুৰবাৰে নিশাৰ ভাগলৈ অসমত ২৪ৰ ঘৰ স্পর্শ কৰিছে ভয়ানক কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। কামৰূপ মেট্ৰত এজন, কামৰূপত এজন, মৰিগাঁৱত এজন আৰু গোলাঘাটত এজন লোক মাৰাত্মক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা বুলি টুইটযোগে সদৰী কৰিছে …

ৰাজ্যত ২০ লৈ বৃদ্ধি কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্তৰ সংখ্যা

গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিল : ৰাজ্যত ২০ লৈ বৃদ্ধি পালে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। শুকুৰবৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে ৰাজ্যত নতুনকৈ ৪ জন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ পোৱাৰ কথা। সমগ্ৰ বিশ্ব তথা ভাৰতৰ লগতে …

উত্তৰ পূৰ্বাঞ্চলত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ২০

গুৱাহাটী, সংবাদ ৩৬৫, ২ এপ্ৰিল : সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো বৃদ্ধি পাইছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। ১৬ গৰাকীকৈ লোক আক্ৰান্তৰে তালিকাত অসম শীৰ্ষত থকাৰ পৰিবৰ্তে মণিপুনত আক্ৰান্তৰ সংখ্যা ২ গৰাকী, মিজোৰামত ১ গৰাকী আৰু অৰুণাচল প্ৰদেশত ১ …

বুধবাৰ নিশালৈ অসমত ১৩

গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল: সমগ্ৰ বিশ্ব তথা ভাৰতৰ লগতে এতিয়া অসমৰ প্রান্তে প্রান্তে বিয়পিবলৈ ধৰিছে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস। দুদিনৰ ভিতৰত ৰাজ্যত ১৩ জনকৈ লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ ইমান দিনে কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা …

অসমত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ৫ লৈ বৃদ্ধি

গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল : অসমত বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। মঙলবাৰে ১ জনৰ পৰা বুধবাৰে ৫ জনলৈ বৃদ্ধি পালে ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত ঘোষণা কৰিলে …

ৰক্ষা নপৰিল অসম : কৰ’ণা ভাইৰাছ অসম পালে

কৰিমগঞ্জ, সংবাদ ৩৬৫, ৩১ মাৰ্চ : সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলাই থকা কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা নপৰিল অসম। অৱশেষত মঙলবাৰে অসমত ধৰা পৰিল প্ৰথমটো কৰ’ণা ভাইৰাছ আক্রান্ত লোক। কৰিমগঞ্জ জিলাত ধৰা পৰিছে অসমৰ প্ৰথমজন কৰ’ণা ভছিৰাছ আক্রান্ত লোক। ভাৰতৰ অন্যান্য …

তলাবন্ধৰ সময়ত নৱগ্ৰহ মন্দিৰৰ বান্দৰ সকলৰ কেইটামান দৃশ্য

গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মাৰ্চ: তলাবন্ধৰ ফলত মহানগৰীৰ নৱগ্ৰহ মন্দিৰত বন্ধ হৈ আছে পূজা-অৰ্চনা, মন্দিৰত নাই ভক্তৰ সমাগম। মন্দিৰৰ প্ৰসাদৰ ওপৰত নিৰ্ভৰশীল বান্দৰ সকলক খাদ্য যোগান ধৰিছে কেইজনমান লোকে। মানুহে যোগান ধৰা খাদ্য খাই থকা অৱস্থাত নৱগ্ৰহৰ বান্ধৰ সকল। ১) …

মহানগৰীত পথ দুৰ্ঘটনাত নিহত সাংবাদিক

গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মাৰ্চ: তলাবন্ধৰ সময়তে গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত নিহত হয় উদীয়মান সাংবাদিক দিম্পী কাশ্যপ। নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত সংঘটিত হোৱা পথ দুৰ্ঘটনাত নিহত হয় সাংবাদিক গৰাকী। কভিড-১৯ কৰ’ণা ভছিৰাছৰ সংক্ৰমণৰ ৰোধ …