উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ সময়তে বিজেপি নেতাক চৰ, গোৰ, ঘোচাৰে আক্ৰমণ
নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ নৱেম্বৰ : সোমবাৰে পশ্চিমবংগত বিধানসভাৰ উপ-নিৰ্বাচন অনুষ্ঠিত হয়। নিৰ্বাচনৰ ভোট গ্ৰহণ চলি থকা সময়তে কৰিমপুৰ বিধানসভা সমষ্টিত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। আৰক্ষীৰ সন্মুখতে চৰ , গোৰ, ঘোচা আদিৰে কৰিমপুৰৰ বিজেপি প্ৰাৰ্থী জয় প্ৰকাশ মজুমদাৰক …