নতুন মন্ত্ৰীসভাত সিদ্ধাৰ্থ ভট্টাচাৰ্যই হেৰুৱাব পাৰে শিক্ষা বিভাগ : নিশ্চিত হ’ল সোণোৱাল মন্ত্ৰীসভাৰ ৰদবদল

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৭ জানুৱাৰী : সোণোৱাল মন্ত্ৰীসভাৰ ৰদবদল হ’ল নিশ্চিত। বিহুৰ পিছতে আছিল মন্ত্ৰীসভাৰ ৰদবদলৰ কথা। দেওবাৰে দিল্লীলৈ যাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । দিল্লী যোৱাৰ পূৰ্বে অথবা দিল্লীৰ পৰা ওভতাৰ পিছত হ’ব মন্ত্ৰীসভাৰ ৰদবদল। এই নতুন মন্ত্ৰীসভাত সিদ্ধাৰ্থ …

” কা “বাতিলৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ২৪ ঘণ্টাজোৰা অনশন

গুৱাহাটী, সংবাদ ৩৬৫, ১৬ জানুৱাৰী : “কা”ৰ বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোনোৱাল সহ সমগ্ৰ আন্দোলনটোতে গ্ৰেপ্তাৰ কৰি কাৰাবন্দী কৰাসকলক বিনাচৰ্তে মুক্তি দিবলৈ আৰু গণতান্ত্ৰিক আন্দোলনকাৰীৰ ওপৰত বিজেপি …

“মানুহে মানুহৰ বাবে” বিজ্ঞান চেতনা যাত্ৰা সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ

চৰাইদেউ, সংবাদ ৩৬৫, ১৬ জানুৱাৰী : চৰাইদেউ জিলাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছ আৰু বিজ্ঞান প্ৰযুক্তি বিভাগৰ উদ্যোগত আৰম্ভ হয় বিজ্ঞান চেতনা । ৭ জানুৱাৰীৰ পৰা আৰম্ভ হয় এই চেতনা যাত্ৰা। চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু শদিয়া আৰক্ষী জিলাত মানুহে মানুহৰ …

জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ সেঁতু

মৰিগাঁও, সংবাদ ৩৬৫, ১৬ জানুৱাৰী : জাগীৰোডৰ জোনবিলৰ পাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা জোনবিল মেলাৰ সমাপ্তি ঘটিব দেওবাৰে। বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিবলৈ পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিল মামা-মামী সকল। মৰিগাঁও জিলাৰ জাগীৰোডৰ সমীপৱৰ্তী …

পৃথিৱীৰ ভিতৰতে সৰ্বাধিক দৰিদ্ৰ মানুহৰ দেশ ভাৰত

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৬ জানুৱাৰী : পৃথিৱীৰ ভিতৰতে সৰ্বাধিক দৰিদ্ৰ মানুহৰ দেশ হিচাপে পৰিগণিত হৈছে ভাৰতবৰ্ষ । বিশ্ব বেংকৰ তথ্য অনুসৰি বিশ্বৰ প্ৰতিজন দুখীয়া লোকৰ ভিতৰত এজন ভাৰতীয় । তথ্য অনুসৰি ভাৰতত দৈনিক ১২০ টকাতকৈও কম খৰছত নিজৰ পৰিয়াল …

দক্ষিণ শালমাৰাত উদযাপন অসমৰ পূষণা

দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১৬ জানুৱাৰী : দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে পূষণা (দোমাহী) ।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰাৰ জন কল্যাণ হাইস্কুলত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে পূষণা (দোমাহী) । আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি দেশী জনগোষ্ঠী …

ভোগালী বিহু উপলক্ষে ৰাজ্যজুৰি জ্বলোৱা হৈছে মেজি : দাহ কৰা হৈছে “কা”ৰ প্ৰতিলিপি

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৫ জানুৱাৰী : আজি ভোগৰ বিহু ভোগালী । ভোগালী বিহুৰ পৰম্পৰা অনুসৰি ৰাজ্যজুৰি জ্বলোৱা হৈছে মেজি । মেজিত দাহ কৰা হৈছে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি। মাহমহৰা বিধানসভা সভাৰ সমষ্টিৰ কটকী পাপং গাঁওবাসীয়েও মেজিৰ জুইত দাহ কৰিলে …

খেলো ইণ্ডিয়া : মুঠ ১০৭টা পদক লাভ কৰি তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১৪ জানুৱাৰী : খেলো ইণ্ডিয়া য়ুথ গেইমছত মঙলবাৰে মুঠ ১০৭টা পদক লাভ কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰিছে মহাৰাষ্ট্ৰই। সোমবাৰে তালিকাৰ শীৰ্ষত থকা হাৰিয়ানাৰ মঙলবাৰে দ্বিতীয় স্থানলৈ অৱনতি ঘটে। তালিকাত দিল্লীৰ স্থান তৃতীয়। পদকৰ তালিকাত অসম আছে ১৭ নম্বৰত। …

কিউৰেটিভ পেটিচন খাৰিজ উচ্চতম ন্যায়ালয়ৰ : নিৰ্ধাৰিত মতেই ফাঁচী দিয়া হ’ব চাৰিও অপৰাধীক

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ জানুৱাৰী : কিউৰেটিভ পেটিচন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে । ২২জানুৱাৰীৰ পুৱা ৭বজাত চাৰিওটা অপৰাধীক দিয়া হ’ব ফাঁচী। উল্লেখ্য যে ডেথ ৱাৰেণ্ট জাৰি কৰা হৈছিল নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ বিৰুদ্ধে । ইয়াৰ পিছত দুই দোষী বিনয় …

কিউৰেটিভ পিটিচনৰ ওপৰত উচ্চতম ন্যায়ালয়ত শুনানি নিৰ্ভয়া কাণ্ডৰ দুই অপৰাধীৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ জানুৱাৰী : কিউৰেটিভ পিটিচনৰ ওপৰত মঙলবাৰে উচ্চতম ন্যায়ালয়ত শুনানি হ’ব নিৰ্ভয়া কাণ্ডৰ দোষী বিনয় আৰু মুকেশ কুমাৰৰ । ডেথ ৱাৰেণ্ট জাৰি কৰা হৈছে নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ বিৰুদ্ধে । ইয়াৰ পিছত দুই দোষী বিনয় আৰু …