উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত চলোৱা ধ্বংস যজ্ঞৰ বিৰুদ্ধে প্ৰতিবাদ সচেতন ৰাইজৰ
গুৱাহাটী, সংবাদ ৩৬৫, ১০ নৱেম্বৰ : গুৱাহাটী মহানগৰীৰ ভৰলুমুখৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ শংকৰদেৱ উদ্যানত দেওবাৰে সমবেত হয় গুৱাহাটীৰ বয়োজ্যেষ্ঠ নাগৰিক, ছাত্ৰ সমাজ আৰু বিভিন্ন ব্যক্তি, দল-সংগঠনৰ শতাধিক লোক । সমবেত স্থানত লোকসকলে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত …