মিনিমাম বেলেন্সৰ ঝামেলাৰ পৰা ৰেহাই পাব এছ বি আইৰ গ্ৰাহকে : ১অক্টোবৰৰ পৰা বিনামূলীয়া হ’ব এছ বি আইৰ কিছু সেৱা
নিউজ ডেস্ক, সংবাদ ৩৬৫, ১২ ছেপ্টেম্বৰ : বহুকেইটা সেৱাৰ চাৰ্ভিছ চাৰ্জৰ পৰিৱৰ্তন কৰিব এছ বি আইয়ে। গ্ৰাহকক মিনিমাম বেলেন্সৰ ঝামেলাৰ পৰা ৰেহাই দিবলৈ বিচাৰিছে দেশৰ সৰ্ববৃহৎ বেংকটোৱে। এই আঁচনিৰ অধীনত বেংক একাউণ্টত মাহে এভাৰেজ বেলেন্স নৰখাৰ ক্ষেত্ৰত লাগিবলগীয়া চাৰ্জ প্ৰায় …