দক্ষিণ কামৰূপত বিদেশী টকাসহ সন্দেহজনক ব্যক্তিক আটক
পলাশবাৰী, সংবাদ ৩৬৫, ১৭ জুন : দক্ষিণ কামৰূপৰ ৰামপুৰ ভাগৱতীপাৰাত এজন সন্দেহজনক লোকক স্থানীয় লোকে গতালে আৰক্ষীক । স্থানীয় লোককেইজনে সন্দেহজনক লোকজনক সোধা পোছ কৰাত লোক জনৰ কথাৰ ওপৰত সন্দেহ ওপজে আৰু লোক জনৰ পৰা কিছু পৰিমাণৰ বিদেশী টকা উদ্ধাৰ …