স্বাধীনতা দিৱস উপলক্ষে জিলা উপায়ুক্তৰ সংবাদমেল : তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব স্বাধীনতা দিৱস
গুৱাহাটী, সংবাদ ৩৬৫, ৮ আগষ্ট : তিনিদিনীয়া কার্যসূচীৰে উদযাপন কৰা হ’ব ৭৩ সংখ্যক স্বাধীনতা দিৱস । সেই উপলক্ষে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে এখন সংবাদমেল অনুষ্ঠিত কৰে । সেই অনুসৰি ১৩ আগষ্টত সমগ্ৰ বিদ্যালয়-মহাবিদ্যালয়ত আয়োজন কৰা হ’ব স্বচ্ছ ভাৰত …