কাচা’ৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত এন জি অ জনীয়াস্থিত আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সহযোগত তিনি হাজাৰ লোকলৈ বান সাহাৰ্য্য বিতৰণ
জনীয়া, সংবাদ ৩৬৫, ১১ আগষ্ট : আন্তৰাষ্ট্ৰীয় সেচ্ছা সেৱী সংগঠন চাৰ্ছচ অক্সিলিয়াৰি ফৰ ছচিয়েল একচন “কাচা”ৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে এই বেলিও জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদ (এন জি অ)ৰ কাৰ্যালয়ত মন্দিয়া আৰু ৰুপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১৪ শ বানপীড়িতক সাহাৰ্য্য …