৪৫ মাহে দৰমহাৰ পৰা বঞ্চিত সদৌ অসম উন্নয়ন প্ৰাধিকৰণ কৰ্মচাৰী ঐক্য মঞ্চ : আন্দোলনৰ হুংকাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ১২জুন : অসমৰ বিভিন্ন নগৰ সৰু আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ পৰিকল্পিত উন্নয়ন আৰু সুষম বিকাশৰ স্বাৰ্থত অসম নগৰ আৰু গাঁও পৰিকল্পনা আইন ১৯৫৯ ৰ আধাৰত ১৯৬৩ চনৰ পৰা সমগ্ৰ অসমত এই পৰ্যন্ত ২৪ খন উন্নয়ন প্ৰাধিকৰণ গঠন …

ঐক্য সেনা অসমৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ আনুষ্ঠানিক পদত্যাগ

গুৱাহাটী, সংবাদ ৩৬৫, ১২ জুন : অসম আৰু অসমীয়াৰ স্বাৰ্থত জন্মলাভ কৰা ৰাজনৈতিক সংগঠন ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসমৰ উজনি নামনিৰ কেইবাখনো জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্যৰ উপস্থিতত ঐক্য সেনা অসমৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক তথা মুখ্য সম্পাদক শ্বহিদুল ইছলামে …

ৰাণী আৰক্ষীৰ জালত ৩৮ কিলোগ্ৰাম গাঞ্জাসহ ৪ গাঞ্জা ব্যৱসায়ী

পলাশবাৰী, সংবাদ ৩৬৫, ১২ জুন : ৰাণী আৰক্ষী চকীৰ এক বৃহৎ সফলতা । ৩৮ কিলোগ্ৰাম গাঞ্জাসহ আৰক্ষীৰ জালত পৰিল ৪ গাঞ্জা ব্যৱসায়ী । মেঘালয়ৰ পৰা অসমলৈ চোৰাং গাঞ্জাখিনি আনি থকাৰ সময়তে এক খবৰ অনুযায়ী ৰাণী আৰক্ষী চকীৰ আৰক্ষী বিষয়া বিক্ৰম …

কলগাছিয়াত প্ৰতি বছৰৰ দৰে এইবাৰো জ্ঞান যাত্ৰা পালন

কলগাছিয়া, সংবাদ ৩৬৫, ১১ জুন : সমগ্ৰ অসমৰ লগত সংগতি ৰাখি জনীয়া সমষ্টিৰ সকলো বিদ্যালয় সমূহৰ অসম চৰকাৰৰ নিৰ্দেশ মতে শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ছাত্র-ছাত্ৰী সকলক সহযোগত মঙ্গলবাৰে এখনি জ্ঞান যাত্ৰা আৰম্ভ কৰে। প্ৰতি বছৰে এনে ধৰণৰ জ্ঞান যাত্ৰাৰ আয়োজন কৰিলে ছাত্র- …

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৃত্ৰিম বান

পলাশবাৰী, সংবাদ ৩৬৫, ১১ জুন : এজাক বৰষুণতে বুৰ গল বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । মঙ্গলবাৰে পুৱাৰ ভাগত অহা এজাক মুষলধাৰ বৰষুণৰ ফলত বিমানবন্দৰৰ সমুখৰ ভাগ কৃত্ৰিম বানত বুৰ যায়। বিশেষ কৈ বিমানবন্দৰৰ টেক্সি ষ্টেণ্ড,কাৰগো সন্মুখভাগ,মূলপথৰ লগতে যাত্ৰীয়ে …

কলগাছিয়াৰ গুইলেজাত বেঁকী নৈৰ ৰুদ্ৰমূৰ্তি ধাৰণ : ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিল অন্ধকাৰ

বৰপেটা, সংবাদ ৩৬৫, ১০ জুন : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গুইলেজাত বেঁকী নৈৰ বিধ্বংসী খহনীয়াত জাহ গল ১০২৬ নং চৰ গুইলেজা প্ৰাথমিক বিদ্যালয়। যাৰ বাবে ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। বিগত তিনিবছৰ ধৰি হৈ থকা বেঁকী …

ৰঙাপৰাত ৰেলৱে মজদুৰ ইউনিয়নৰ দ্বাৰা বিনামুলীয়া কচিঙ

ৰঙাপৰা, সংবাদ ৩৬৫, ১০ জুন : শোণিতপুৰৰ ৰঙাপৰাত ৰঙাপৰা ৰেলৱে মজদুৰ ইউনিয়নৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ বাবে বিনামুলীয়া প্ৰশিক্ষন শিবিৰৰ আয়োজন । ৰঙাপৰা অঞ্চলৰ শিক্ষিত ছাত্ৰ ছাত্ৰী সকলে যাতে ৰেলৰ লগতে বিভিন্ন প্ৰতিযোগিতা মুলক পৰিক্ষাৰ বাবে নিজকে সাজু কৰি তুলিব পাৰে …

উৎকট গৰমে দহিছে ৰাজ্যবাসীৰ লগতে জীৱ-জন্তুক : ভালুক, হৰিণা বাবে ব্যৱস্থা কৰা হৈছে শ্বাৱাৰ, ফেন

গুৱাহাটী, সংবাদ ৩৬৫, ১০ জুন : ৰাজ্যত এতিয়া প্ৰচণ্ড গৰম। বিগত কিছুদিন ধৰি দেখা দিয়া অনাবৃষ্টি আৰু গৰমৰ ফলত দৈনিক সৰ্বাধিক উত্তাপৰ মাত্ৰা ৩০-৩২ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যবাসীক সমস্যাত পেলাইছে। দৈনিক জীৱন শৈলী ব্যাহত হৈ পৰিছে সদা ব্যস্ত …

অবৈধ পশুধন সৰবৰাহকাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল : সৰৱ সদৌ ভাৰত পশুধন ব্যৱসায়ী আৰু পৰিবহনকাৰী সংস্থা

গুৱাহাটী, সংবাদ ৩৬৫, ১০ জুন : সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ ভাৰত পশুধন ব্যৱসায়ী আৰু পৰিবহনকাৰী সংস্থাই এখন সংবাদ মেলৰ আয়োজন কৰে । সংবাদমেলত সম্পাদক মুন্না শইকীয়াই মন্তব্য কৰে যে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চলা সকলো অবৈধ ছিণ্ডিকেটৰ হতাকৰ্তা আন্তৰাজ‍্যিক সীমান্তত …

১৩ ৰ পৰা ১৬ জুনলৈ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত নৰ্থ ইষ্ট ফুডটেক ২০১৯

গুৱাহাটী, সংবাদ ৩৬৫, ১০ জুন : ২০১৭ চনৰ বিশাল সফলতাৰ পাছত ২য় নৰ্থ ইষ্ট ফুডটেক -২০১৯ অধিক বিশালতাৰে আয়োজন কৰিব লোৱা হৈছে। ১৩ৰ পৰা ১৬ জুনলৈ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হব ” নৰ্থ ইষ্ট ফুডটেক”। ফুডটেক ইণ্ডিয়া ই হোটেল …