লোকসভা নিৰ্বাচনত চৰকাৰে ধৰ্মীয় মেৰুকৰণ কৰিলে – প্ৰদ্যুৎ বৰদলৈ
গুৱাহাটী, সংবাদ ৩৬৫, ২৬ মে’ : মহানগৰীৰ হোটেল অম্বৰীশত প্ৰদ্যুত্ বৰদলৈৰ সংবাদমেল । সংবাদমেলত প্ৰদ্যুৎ বৰদলৈৰ অভিযোগ বিজেপি চৰকাৰে আৰ এছ এছৰ সহযোগত মেৰুকৰণ কৰিলে। সংবাদমেলত বৰদলৈৰ মন্তব্য লোকসভা নিৰ্বাচনত চৰকাৰে ধৰ্মীয় মেৰুকৰণ কৰিলে । এটা ভৱিষ্যত্ অসমখনৰ বাবে ভয়াৱহ …