পশু ধনক লৈ সংকটত বানাক্ৰান্ত : পোৱা নাই পৰ্য্যাপ্ত সাহাৰ্য্য
জনীয়া, সংবাদ ৩৬৫, ২১ জুলাই : জনীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকাত বানপানীৰ ভয়াবহতা কিছু পৰিমাণে কমিছে যদিও বৰ্তমানলৈকে শিবিৰত আশ্ৰয় গ্ৰহণ কৰা বণ্যাক্ৰান্তই নিজ নিজ ঘৰলৈ উভতি যোৱাৰ পৰিবেশ হৈ উঠা নাই । অন্যহাতে বন্যাক্ৰান্তই নিজৰ নিজৰ পশু ধনক লৈ …