যাদুৰ সম্ৰাট বিক্ৰমৰ লোকসভা নিৰ্বাচনৰ সঠিক ভৱিষ্যতবাণীৰ পাছতেই বিক্ৰমৰ ওচৰত যাদু শিকিবৰ বাবে আগ্ৰহী কেইবাজনো ৰাজনীতিবিদ

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ মে’ : বৃহস্পতিবাৰে ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ ফলাফল আজিৰ পৰা প্রায় ১০ দিন আগতেই নিৰ্ধাৰিত কৰিছিল এজন বিশেষ ব্যক্তিয়ে। উল্লেখ্য যে নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পাছতেই নিজৰ যাদুকলাৰ জৰিয়তে যাদুৰ সম্ৰাট বিক্ৰমে লোকসভা নিৰ্বাচনৰ ফলাফলসমূহ বন্ধী …

শক্তিশালী বিৰোধী পক্ষ নেদেখি বিজেপিক ভোট দিছে ৰাইজে : অসম গণ পৰিষদক ৰাম ঠগন দিলে বিজেপিয়ে – অখিল গগৈ

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ মে’ : পুনৰবাৰ শাসনাধিস্থ দলৰ বিজয়ৰ পাছত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ প্ৰথমখন সংবাদমেল । সংবাদ মাধ্যমৰ আগত গগৈৰ মন্তব্য “ফলাফল নিশ্চিত ভাবে দেশবাসীৰ বাবে বেয়া খবৰ। জনগণে যেন নিজে নিজৰ বিৰুদ্ধে ভোট দান …

বিজেপিৰ জয়ৰ পাছত নগাঁওৰ ফলাফলক লৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য “নগাঁওৰ ফলাফলে অসমৰ ৰাজনীতিত কোনো প্ৰভাৱ নেপেলায়”

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ মে’ : ১৪ টা সমষ্টিৰ ভিতৰত ৯ খন আসনতে শাসনাধিষ্ঠ দলে বিজয় সাব্যস্ত কৰাৰ পাছত নেডাৰ আহ্বায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নগাঁওৰ ফলাফলক লৈ সংবাদ মাধ্যমৰ আগত মন্তব্য “নগাঁওৰ ১০ খন আসনৰ ভিতৰত ৮ খনতে …

বিজেপিৰ লগত মিত্ৰজোঁটত বান্ধ খোৱাৰ পাছতো ধৰাশায়ী অগপ : পুনৰ বিজেপিয়ে উৰুৱালে বিজয়ধ্বজা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ মে’ : সমগ্ৰ দেশৰ লগতে অসমতো বিজেপিয়ে বিজয়ধ্বজা উৰুৱাইছে । ১৪ টা সমষ্টিৰ ভিতৰত বিজিপিয়ে মুঠ ৯ খন আসন পাবলৈ সক্ষম হ’ল। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৩ খন , এআইডিইউএফে ১ খন আৰু অন্যান্যই ১ খন …

সৱকা সাথ সৱকা বিকাশ নীতিৰ দ্বাৰা আমি অসমক ভাৰতবৰ্ষৰ বুকুত শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব – দলৰ জয়লাভত এনেদৰে মন্তব্য মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মে’ : লোকসভা নিৰ্বাচনত শাসনাধিস্থ দল বিজেপিৰ পুনৰ জয়লাভত দলৰ ৰাজ্যিক কাৰ্য্যালয়ত কৰ্ম-কৰ্তাসকলৰ মাজত ব্যাপক আনন্দ-উল্লাহৰ। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দলৰ কাৰ্যালয়ত উপস্থিত হয় আৰু নিজৰ মন্তব্য ব্যক্ত কৰে সংবাদমাধ্যমৰ আগত । সংবাদমাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে …

কংগ্ৰেছৰ অধ্যক্ষ পদ ত্যাগৰ বাবে ইচ্ছুক ৰাহুল গান্ধী : বিজয় ক্ষণত বিজেপি, নৰেন্দ্ৰ মোদীক শুভেচ্ছা জ্ঞাপন

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ মে’ : কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীৰ সংবাদমেল। সংবাদমেলত দলৰ পৰাজয় স্বীকাৰ সভাপতিগৰাকীৰ। দলীয় নেতা-কৰ্মীক হতাশ নহ’বলৈ আহ্বান ৰাহুল গান্ধীৰ। পৰাজয়ৰ স্বত্ত্বেও আমেথিৰ জনতাক ধন্যবাদ ৰাহুল গান্ধীৰ। সংবাদমেলত ৰাহুল গান্ধীয়ে কয় যে মই জনতাৰ ৰায় গ্ৰহণ …

পঞ্চম ৰাউণ্ডৰ অন্তত গোলাঘাট সমষ্টিত মণিমাধৱতকৈ আগবাঢ়ি আছে গৌৰৱ গগৈ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ মে’ : গোলাঘাট সমষ্টিত পঞ্চম ৰাউণ্ড ভোটগণণাৰ অন্তত কংগ্ৰেছৰ গৌৰৱ গগৈয়ে ১৯,১৬০ ভোট লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদৰ মণিমাধৱ মহন্তই ১৭,১৫৪ ভোট লাভ কৰিছে । ইফালে নেশ্যনেল পিপুলছ্ পাৰ্টিৰ আব্দুল আজিজে বৰ্তমানলৈকে লাভ কৰিছে …

২০১৩ চনৰ পৰা ম্যানমাৰৰ আলফাৰ শিবিৰত থকা বিজয় ৮ মে’ত আহিছিল গুৱাহাটীলৈ : দুধর্ষ আলফা কেডাৰ বিজয় অসমে চিন্ময়ৰ বাইকৰ পাছৰ পৰা দলিয়াইছিল গ্ৰেনেড

গুৱাহাটী, সংবাদ ৩৬৫, ২২ মে’ : ১৫ মে’ত ব্যস্ত গুৱাহাটী মহানগৰীৰ আৰ জি বি পথৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ সমীপত থকা চেন্ট্ৰেল মলৰ নিচেই কাষতে সন্ধিয়া ৭.৫৫ বজাত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণৰ বহু তথ্য আৰক্ষীৰ হাতত আহি পৰিছে । শেহতীয়াকৈ আৰক্ষীৰ …

গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ লগতে সুস্থ আৰু সেউজীয়া ভাৰত গঢ়াৰ মানসেৰে বাইকেৰে ভ্ৰমণ তামিলনাডুৰ প্ৰৱক্তাৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২২ মে’ : ভাৰতীয় লোকৰ মাজত ক্লিন ইণ্ডিয়া, গ্ৰীণ ইণ্ডিয়া, হেলদি ইণ্ডিয়াৰে এক সজাগতা সৃষ্টি কৰাৰ প্ৰয়াসৰ লগতে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ মানসেৰে ২০০ দিনত সমগ্ৰ দেশৰ ১,২৫,০০০ কি:মি দূৰত্ব বাইকেৰে ভ্ৰমণ এছ চেলভাকুমাৰৰ । সাতভনীৰ দেশৰ …

শত্ৰুৰ লগতে দুৰ্যোগৰ সময়ত সঠিক তথ্যৰ বাবে আই এছ আৰ অ (ISRO)ই সফলতাৰে উত্‍‍ক্ষেপণ কৰিলে RISAT-2B উপগ্ৰহ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২২ মে’ : শত্ৰুৰ ওপৰত নজৰ ৰখাৰ উপৰিও দুৰ্যোগৰ সময়ত সঠিক তথ্য সংগ্ৰহ কৰিবলৈ আই এছ আৰ অ (ISRO)ই সফলতাৰে উত্‍‍ক্ষেপণ কৰিলে RISAT-2B উপগ্ৰহ। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উত্‍‍ক্ষেপণ কৰে উপগ্ৰহটো। উল্লেখযোগ্য যে ঘন ডাৱৰ আৰু …