“মই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ কৰি আহিছো” – আলফালৈ লিখা মুকলি চিঠিত জুবীন গাৰ্গৰ মন্তব্য

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ মে’ : জু তিনিআলিৰ ভয়ংকৰ গ্ৰেনেড বিস্ফোৰণৰ পাছতেই যুৱ প্ৰজন্মৰ হাৰ্ট থ্রব জুবীন গাৰ্গে আলফালৈ এখন মুকলি চিঠি লিখিছে । চিঠিখনত তেখেতে আলফাই নিৰীহ লোকক হত্যা কৰাৰ সলনি নৱ প্ৰজন্মক স্বাৱলম্বীতাৰ পথ দেখুৱাবলৈ আহ্বান জনোৱাৰ …

ৰমজান মাহ উপলক্ষে আজমল ফাউণ্ডেচনৰ পৰা দুখীয়া ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

বৰপেটা, সংবাদ ৩৬৫, ১৯ মে’ : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কলগাছিয়াত আজি দৰিদ্ৰ-দুখীয়া ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। ৰামজান মাহ উপলক্ষে মৌলানা বদৰ উদ্দিন আজমল আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা প্ৰত্যেক বছৰতে ৰমজান মাহ উপলক্ষে খাদ্য সামগ্ৰী বিতৰণ কৰে। …

হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৬ শতাংশ নম্বৰ লাভ কৰিও সুখী নহয় দেৱাশীষ

দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৯ মে’ : এজন মেধাবী ছাত্ৰ । দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত সৰস্বতী শিক্ষা নিকেটন বিদ্যালয়ৰ এই ছাত্ৰজনৰ নাম দেৱশীষ কলিতা । গণিত আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰি সৰ্বমুঠ ৯৬শতাংশ পোৱা এই ছাত্ৰজন সুখী নহয় নিজৰ …

গৃহভূমিত বক্সিং খেলিবলৈ পাই সুখী শিৱ থাপা

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ মে’ : গৃহভূমিত বক্সিং খেলিবলৈ পাই সুখী ভাৰতীয় বক্সাৰ তথা অসম সন্তান শিৱ থাপা । সৰুসজাইত ২০ মেৰ পৰা ২৪ মে লৈ অনুস্থিত হ’বলগীয়া ২য় ইণ্ডিয়া অ’পেন আন্তৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেন্টত অংশগ্ৰহন কৰিবলৈ আজি পুৱাই বৰঝাৰস্থিত বিমানবন্দৰত …

অসমৰ জ্বলন্ত সমস্যা সমূহ সমাধান নোহোৱা পৰ্য্যন্ত গণতান্ত্ৰিকভাৱে প্ৰবল প্ৰতিবাদ কৰি যাব বৃহত্তৰ অসমীয়া যুৱ মঞ্চই

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ মে’ : অসমৰ জাতীয় জ্বলন্ত সমস্যা নিবনুৱা সমস্যা, বানপানী আৰু গৰাখহনীয়া,ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ চৰকাৰী, বেচৰকাৰী অফিচত ১০০ শতাংশ অসমীয়া ভাষাৰ ব্যৱহাৰ, কেন্দ্ৰীয় চৰকাৰৰ যিকোনো প্ৰতিষ্ঠানত ১০০ শতাংশ থলুৱা নিযুক্তি, ঠিকাত অসমৰ নিবনুৱাক প্ৰাধান্য দিয়া , …

মহানগৰীৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেন্ট এণ্ড টেকন’লজিত ৰাজ্যিক ভিত্তিত বিজ্ঞান আৰ্হিৰ প্ৰতিযোগীতা

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ মে’ : মহানগৰীৰ সমীপৰ ধাৰাপুৰস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অব মেনেজমেন্ট এণ্ড টেকনলজিত ৰাজ্যিক ভিত্তিত বিজ্ঞান আৰ্হিৰ প্ৰতিযোগীতা । বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ লুকাই থকা তেওলোকৰ প্ৰতিভা সমুহ বিকাশ আৰু সকলোৰে আগত ডাঙি ধৰাৰ উদ্দেশ্যে অনুষ্ঠিত হয় এই ৰাজ্যিক …

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চুইমিং ফেডাৰেচন অফ ইণ্ডিয়াৰ সংযুক্ত সচিব ৰূপে প্ৰথম গৰাকী অসমীয়া

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ মে’ : ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ হৈ প্ৰতিনিধিত্ব অসমীয়াই । চুইমিং ফেডাৰেচন অফ ইণ্ডিয়াৰ সংযুক্ত সচিবৰ পদত অধিষ্ঠিত হ’ল অসম সাঁতোৰ সন্থাৰ সম্পাদক ৰূপে কৰ্মৰত ভাস্কৰ দাস । যোৱা ১৬ মে’ত চেন্নাইত অনুষ্ঠিত হোৱা এক বিশেষ সভাতে …

গৌৰীপুৰত গদাধৰ বঁটাৰে সন্মানিত হ’ল বিশিষ্ট টেৰাকটা মৃৎ শিল্পী ধীৰেন্দ্ৰ নাথ পাল

ধুবুৰী, সংবাদ ৩৬৫, ১৮ মে’ : প্ৰতি বছৰৰ দৰে এইবেলিও গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু গৌৰীপুৰ প্ৰেছ ক্লাৱৰ সৌজন্যত গৌৰীপুৰ মহামায়া খেল পথাৰত ১৪ আৰু ১৫ মে’ত হৈ যোৱা ব’হাগী সমাৰোহ ২০১৯ ৰ অনুষ্ঠানত “গদাধৰ বঁটা,২০১৯” শিক্ষা আৰু সংস্কৃতিক উন্নয়ন …

২৫ মে’ত আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰিব আৰ পি শৰ্মাই

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ মে’ : তৃণমূল কংগ্ৰেছৰ অসমৰ ৰাজ্যিক মুখপাত্ৰ ভবানী কলিতাৰ সৈতে আৰ পি শৰ্মা। অহা ২৫ মে’ৰ দিনা আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছৰ অংশীদাৰ হ’ব আৰ পি শৰ্মা। তৃণমূলৰ পৰ্য্যবেক্ষক ফিৰহাদ হাকিমৰ উপস্থিতিত অসমত আনুষ্ঠানিকতাৰে যোগদান কৰিব শৰ্মাই। – …

বৰষুণৰ পানী সংৰক্ষণত গুৰুত্ব পৰিবেশ সাংবাদিক আচাৰ্যৰ

গুৱাহাটী, সংবাদ ৩৬৫,১৭ মে’ : সমগ্ৰ দেশতে খোৱা পানীৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰা সময়ত বৰষুণৰ পানীৰ সংৰক্ষণ আৰু ব্যৱহাৰে এক বিশেষ গুৰুত্বলাভ কৰিছে। বিশেষকৈ উত্তৰ পূব ৰ দৰে অধিক বৰষুণ হোৱা ৰাজ্য সমূহত বৰষুণৰ পানীক সম্পদ হিচাপে গ্ৰহণ কৰি …