“মুখ বন্ধ কৰি ভাল নাৰী হ’ব নোৱাৰিম.. প্ৰাপ্য বিচাৰি চিঞৰিমেই , লাগিলে লজ্জাহীন বুলি কোৱা “: বীৰাংগনা হৈ আহি আছে প্ৰাঞ্জনা দত্ত
নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫জুন : বৰদৈচিলা থিয়েটাৰত ২০১৯-২০ বৰ্ষৰ অভিনয়ৰ বাবে কৰা চুক্তিৰ বাতিলৰ পাছতেই এইবাৰ ৰাজমুকুট থিয়েটাৰত চুক্তিবদ্ধ হ’ল অভিনেত্ৰী প্ৰাঞ্জনা দত্ত । বৰদৈচিলা থিয়েটাৰত অভিনয়ৰ চুক্তিৰ বাতিলৰ পাছতে গুৱাহাটীৰ প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ জৰিয়তে চুক্তি বাতিলৰ সমগ্ৰ …