কেৱৰ বিৰোধীতা কৰি উলংগ প্ৰতিবাদ কৰা ছাত্ৰ নেতাই পিন্ধিলে গেৰুৱা বসন : যোগদান কৰিয়ে ভাৰত মাতা কি জয়, আকৌ এবাৰ মোদী চৰকাৰৰ শ্লোগান
গুৱাহাটী, সংবাদ ৩৬৫, ৬ এপ্ৰিল : ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মাননীয় শ্ৰী যুত ৰণজিৎ দাস ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্যিক কাৰ্য্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইগৰাকীমান নেতাই আনুষ্ঠানিকভাবে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । উল্লেখযোগ্য …