৮ আৰু ৯ এপ্ৰিলত ৰাজ্যজুৰি অচল হ’ব যাত্ৰীবাহী বাছ : একেৰাহে দুদিন চকা বন্ধৰ আহ্বান বেচৰকাৰী বাছ মালিক সন্থাৰ
নিউজ ডেস্ক, সংবাদ ৩৬৫, ২ এপ্ৰিল : ৮ আৰু ৯ এপ্ৰিলত ৰাজ্যজুৰি অচল হ’ব যাত্ৰীবাহী বাছ। কিয়নো পৰিবহণ মন্ত্ৰীৰ ঘোষণাৰ পিছতো আজিলৈ বৃদ্ধি নহ’ল বাছৰ ভাড়া। একেৰাহে দুদিন চকা বন্ধৰ আহ্বান বেচৰকাৰী বাছ মালিক সন্থাৰ। তেজপুৰত বহা যাত্ৰীবাহী পৰিবহণ ব্যৱসায়ীৰ …