তামুলপুৰত আছুৰ প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ

তামুলপুৰ, সংবাদ ৩৬৫, ৯ ফেব্ৰুৱাৰী: প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ১২৭(ডি) ৰঙিয়া ভূটান পথত তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰে। প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, প্ৰধানমন্ত্ৰী হুচিয়াৰ, সৰ্বানন্দ …

পাচলিৰ পৰা চাউল-দালি সকলোলৈকে এতিয়া হোম ডেলিভাৰী মহানগৰীত

গুৱাহাটী, সংবাদ ৩৬৫, ৮ ফেব্ৰুৱাৰী: ১ মাৰ্চ ২০১৯ তাৰিখৰ পৰা গুৱাহাটী মহানগৰৰ গণেশগুৰি, ৰাজধানী মছজিদ, হাতীগাঁও, বেলতলা আৰু লালমাটি অঞ্চলত পাকঘৰৰ ব্যৱহাৰ্য্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি ঘৰুৱা ব্যৱহাৰ্য্য প্ৰতিটো নিত্য প্ৰয়োজনীয় সামগ্ৰী এটি ফোন কলৰ জৰিয়তে বিনামূলীয়াকৈ দি যোৱাৰ প্ৰতিশ্ৰুতিৰে …

জুৱা আৰু মদ-ভাঙৰ পিছত এইবাৰ তীৰৰ খেলৰ বিৰুদ্ধে অভিযান কলগাছিয়া আৰক্ষীৰ: বালাগাঁও-ক্ষুদ্ৰকুছি নতুন বজাৰৰ পৰা গ্ৰেপ্তাৰ তিনি তীৰৰ এজেন্ট

কলগাছিয়া, সংবাদ ৩৬৫, ৮ ফেব্ৰুৱাৰী: বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে কলগাছিয়া আৰক্ষী। জুৱা, মদ আৰু ভাংৰ বিৰুদ্ধে অভিযান চলোৱাৰ পিছত শুকুৰবাৰে আবেলি কলগাছিয়া আৰক্ষীয়ে অভিযান চলাই তিনিজন তীৰ খেলৰ এজেণ্টক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত …

২০২০ চনত বিটিচিত ইউ পি পি এল দলৰ চৰকাৰ নিশ্চিত:  বড়ো ৰাইজ এতিয়া বি পি এফ দলত নাই —– ইউ জি ব্ৰহ্ম

তামুলপুৰ, সংবাদ ৩৬৫, ৮ ফেব্ৰুৱাৰী: ২০২০ চনত বি টি চিত ইউ পি পি দলৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত ৷ কিয়নো বড়ো ৰাইজ এতিয়া হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ সতে নাই ৷ আজি পোন্ধৰ বছৰ ধৰি বি টি চিত …

তৈল নগৰী ডিগবৈটো তীব্ৰ প্ৰতিবাদ অব্যাহত

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ৮ ফেব্ৰুৱাৰী: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত শুকুৰবাৰে লক্ষীপথাৰ গাঁৱৰ পৰা (১০ কিলোমিটাৰ) প্ৰতিবাদী সমদল কৰি ডিগবৈ চাৰিআলি ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। শুকুৰবাৰৰ …

গান্ধীবাৰী শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ সফল সামৰণি: বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে ৰাইজ

তামুলপুৰ, সংবাদ ৩৬৫, ৮ ফেব্ৰুৱাৰী: শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা প্ৰচলিত শংকৰদেৱ শিশু নিকেতন গান্ধীবাৰীৰ তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত ৰূপালী জয়ন্তীৰ শুকুৰবাৰে তৃতীয়দিনা তথা অন্তিম দিনা পুৱাৰ ভাগত উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । পুৱা ৯-০০ বজাত শংকৰদেৱ শিশু নিকেতন …

তামুলপুৰ মহকুমা সদৰত ই – ষ্টাম্প বিক্ৰী কেন্দ্ৰ মুকলি

তামুলপুৰ, সংবাদ ৩৬৫, ৭ ফেব্ৰুৱাৰী: তথ্য আৰু প্ৰযুক্তি বিভাগৰ অধীনত বাক্সা জিলা কমন চাৰ্ভিচেছ চেন্টাৰৰ সহযোগত বৃহস্পতিবাৰে তামুলপুৰ মহকুমা সদৰৰ ঘগ্ৰাচক ত জনসাধাৰনৰ সুবিধাৰ্থে ই – ষ্টাম্প বিক্ৰী কেন্দ্ৰ এটা মুকলি কৰা হয় ৷ বৃহস্পতিবাৰে ৰাতিপুৱা দহ বজাত জনসাধাৰনৰ চৰকাৰী …

তামুলপুৰত পথ সুৰক্ষা সজাগতা সভা

তামুলপুৰ, সংবাদ ৩৬৫, ৬ ফেব্ৰুৱাৰী: পথ সুৰক্ষা জীৱন ৰক্ষা। ৩০ তম পথ সুৰক্ষা সপ্তাহ বুধবাৰে বাক্সা জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ৰ উদ্যোগত আৰু তামুলপুৰ টেম্পো সন্থাৰ সহযোগত অনুস্থিত হৈ যায় । উক্ত পথ সুৰক্ষা সজাগতা সভাত বাক্সা জিলা পৰিবহন বিষয়া মুনিন …

তামুলপুৰত চাৰিখন আচঁনিৰ আধাৰশিলা স্থাপন

তামুলপুৰ, সংবাদ ৩৬৫, ৬ ফেব্ৰুৱাৰী: বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন অন্যতম ৰাজনৈতিক দল বি পি এফ দল ৰাইজৰ দল ৷ ৰাইজৰ উন্নয়নেই এই দলটোৰ প্ৰধান লক্ষ্য ৷ ৰাইজৰ সুখ – দুখৰ সমভাগী হৈ সদায় দলৰ নেতা – কৰ্মী …

তামুলপুৰত “সমন্বিত জৈৱিক নিয়ন্ত্ৰণ” শীৰ্ষক প্ৰশিক্ষন শিবিৰৰ সামৰণি

তামুলপুৰ, সংবাদ ৩৬৫, ৬ ফেব্ৰুৱাৰী: ভাৰতীয় কৃষি অনুসন্ধান সংস্থাৰ অধীনত সৰ্বভাৰতীয় সমন্বিত জৈৱিক নিয়ন্ত্ৰণ অনুসন্ধান প্ৰকল্পৰ দ্বাৰা জনজাতীয় উপ-যোজনাৰ পৃষ্ঠপোষকতাত বাক্সা জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত তামুলপুৰ মকুমাৰ খাটপাৰাত “সমন্বিত জৈৱিক নিয়ন্ত্ৰণ ” শীৰ্ষক প্ৰশিক্ষন শিবিৰ এটি অনুষ্ঠিত হৈ যায় …