বকোত উচ্ছেদ অবৈধ বাংলা ইটা ভাটা
বকো, সংবাদ৩৬৫, ১১ মাৰ্চ : বকোৰ তাৰবাৰীত অবৈধ ইটা ভাটাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান। উল্লেখ্য যে বকোৰ স্থানীয় ৰাইজে বহুদিনৰে পৰা অবৈধ বাংলা ইটাৰ ভাটাসমূহ বন্ধ কৰিবৰ বাবে দাৱী জনাই আহিছিল। কাৰণ ভাটাৰ নিৰ্গিত কলা ধোঁৱাই অঞ্চলটোলৈ কঢ়িয়াই আনিছিল বিপদ। গ্ৰামাঞ্চলৰ …