নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্যতিক্ৰমী প্ৰতিবাদেৰে একক দৌৰ ৰেলী একাদশ শ্ৰেণীৰ ছাত্ৰৰ

বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ৩১ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গঢ় লৈ উঠা নৰবচ্ছিন্ন প্ৰতিবাদ আৰু আন্দোলনত ৰাজ্যৰ লগতে দেশৰো কিছু অংশত তোলপাৰ থকাৰ সময়তে একাদশ শ্ৰেণীৰ ছাত্ৰ এজনে বৃহস্পতিবাৰে পুৱা কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা এক …

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সৰভোগত আছুৰ প্ৰতিবাদ

সৰভোগ, সংবাদ ৩৬৫, ২৮ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত বৰনগৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু বৰনগৰ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত মুখ্যমন্ত্ৰী সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ …

বাক্সাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ঘগ্ৰাচকত আছুৰ প্ৰতিমূৰ্তি দাহ

তামুলপুৰ, সংবাদ ৩৬৫, ২৮ জানুৱাৰী: ৰাজ্যত বৰ্তমানেও অব্যাহত আছে জাতি ধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ-আন্দোলন। সোমবাৰেও তামুলপুৰ মহকুমা ছাত্ৰ সন্থা আৰু তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই বাৰ বজাত তামুলপুৰ ঘগ্ৰাচকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ প্ৰতিমুৰ্তি দাহ কৰি প্ৰতিবাদ …

বাইহাটা চাৰিআলিৰ আগডলা হাইস্কুলত ছাত্ৰ-ছাত্ৰীৰ অৱস্থান ধৰ্মঘট

বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২৮জানুৱাৰী: কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান আগডলা চাৰিআলি হাইস্কুলত দীৰ্ঘদিনে খালি হৈ থকা শিক্ষকৰ পদসমূহ পুৰণ নকৰাৰ বাবে সোমবাৰে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে ২০১৮ …

শিমলুআটি ইলেভেন ষ্টাৰ ক্ৰিকেট ক্লাব বিজয়ী

বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ২৭জানুৱাৰী: নগাওঁ জিলাৰ জামুগুৰিত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগিতাৰ দেওবাৰে ফাইনেল খেলত শিমলু আটি এলেভেন ষ্টাৰ ক্ৰিকেট ক্লাৱে জামুগুৰি বুল বুল ইলেভেন ষ্টাৰ ক্লাৱক ১৭ ৰাণত হৰুৱায়। জামুগুৰি আঞ্চলিক ক্রিয়া সংস্থাৰ উদ্যোগত …

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কমলপুৰৰ বোৰ্কাত জোৰ সমদল

বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২৭ জানুৱাৰী: ৰাজ্যৰ চুকে -কোনে নাগৰিকত্ব সংশোধনী বিধেয়ক -২০১৬ বাতিলৰ দাবী অব্যাহত আছে। বাইহাটা চাৰিঅালিৰ কমলপুৰৰ বোৰ্কাটো বিধেয়কখনক লৈ দল-সংগঠনসমূহে জোৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে। আছু, জাতীয়তাবাদী যুব ছাত্র পৰিষদকে ধৰি স্হানীয় ৰাইজে …

জনপ্ৰিয় জুনিয়ৰ কলেজৰ ৰূপালী জয়ন্তী উৎসৱৰ দিনযোৰা কাৰ্যসূচীৰে শুভাৰম্ভ

কলগাছিয়া, সংবাদ ৩৬৫, ২৭ জানুৱাৰী: বৰপেটা জিলাৰ বানিয়াৰাপাৰাস্থিত জনপ্ৰিয় জুনিয়ৰ কলেজৰ ৰূপালী জয়ন্তী উৎসৱ ২৭ জানুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত কলেজৰ পতাকা উত্তোলন, পুৱা ৮-১৫ বজাত ৰূপালী জয়ন্তী মহোৎসৱৰ পতাকা উত্তোলন, ৮-৩০ বজাত ৰূপালী …

গণৰাজ্য দিৱস উপলক্ষে গোমাফুলবাৰীত ব্যাপক আয়োজনৰে সংবিধানি সভা

বহৰি, সংবাদ ৩৬৫, ২৭ জানুৱাৰী: গণৰাজ্য দিৱস উপলক্ষে ‘সংবিধান সেৱক’ৰ উদ্যোগত আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোমাফুলবাৰী আঞ্চলিক, আমছুৰ বহৰি আঞ্চলিককে ধৰি আন একাংশ স্থানীয় স্বেচ্ছাসেৱী সন্থাৰ লগতে স্থানীয় বিদ্যালয় সমূহৰ ছাত্ৰ সংসদৰ সহযোগত বৰপেটাৰ গোমাফুলবাৰীত এক ব্যতিক্ৰমী ভাবে দিনজোৰা …

ডিগবৈটো কেন্দ্ৰীয়ভাবে পালন ৭০ সংখ্যক গণতন্ত্ৰ দিৱস

ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ২৬ জানুৱাৰী: সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তৰ লগতে ডিগবৈটো কেন্দ্ৰীয়ভাবে পালন কৰে ৭০ সংখ্যক গণতন্ত্ৰ দিৱস আৰু গান্ধী শ্বহীদ দিৱস। ৰাষ্ট্ৰীয় উৎসৱ উদযাপন সমিতিৰ দ্বাৰা ৭০ সংখ্যক গণতন্ত্ৰ দিৱসৰ ডিগবৈ জুবুলি খেল পথাৰত গণতন্ত্ৰ দিৱসৰ …

তামুলপুৰত ৭০ সংখ্যক গনৰাজ্য দিৱস উদযাপন

তামুলপুৰ, সংবাদ ৩৬৫, ২৬ জানুৱাৰী: সমগ্ৰ দেশ তথা ৰাজ্যৰ লগেত তামুলপুৰ মহকুমা প্ৰশাসনে এই বেলি ২৬ জানুৱাৰী এদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে দেশৰ ৭০ সংখ্যক গনৰাজ্য দিৱস উদযাপন কৰে। ২৬ জানুৱাৰীৰ দিনা পুৱা প্ৰভাত ফেৰী, নাগৰিক সকলৰ ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ …