স্বেচ্চাসেৱী সংগঠনৰ উদ্যোগত বিহদিয়াত স্বচ্চ ভাৰত অভিযান
বাইহাটা চাৰিঅালি, সংবাদ৩৬৫, ৩ মাৰ্চ : ছ’চাইটী ফ্ৰম প্ৰমোচন অফ ইডুকেচন এণ্ড ইকনমিক ডেভেল’পমেন্ট নামৰ এটি স্বেচ্চাসেৱী সংগঠনৰ উদ্যোগত দেওবাৰে বিহদিয়া বৰপানাৰাত স্বচ্চ ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কামৰূপ জিলাৰ বিহদিয়া জাজিকোনা উন্নয়ণ খণ্ডৰ অন্তৰ্গত তথা বাইহাটা চাৰিঅালিৰ …