ডুমডুমাৰ বৰডুবি চাহ বাগিছাত বন্যহস্তীৰ সন্ত্ৰাস: ঘৰ-দুৱাৰ, গছ-গছনিৰ ব্যাপক ক্ষতিসাধন
কাকপথাৰ, সংবাদ ৩৬৫, ৩১ অক্টোবৰ: ৰাজ্যত হস্তী মানুহৰ সংঘাত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে। হস্তী মানুহৰ সংঘাত নিত্য নৈমিত্তিক ঘটনা হিচাপে সংঘটিত হ’বলৈ ধৰিছে। মঙ্গলবাৰে নিশাও তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অধীনৰ বৰডুবি চাহ বাগিছাত প্ৰায় ১৫০ জনীয়া বনৰীয়া হাতীৰ জাক …