বাক্সাৰ অহোপাত এছ বি আই ফাউণ্ডডেচনৰ মহিলাৰ স্বনিৰ্ভৰশীলতাৰ ওপৰত এক আলোচনামূলক সভা
মুছলপুৰ, সংবাদ ৩৬৫, ১৫ ডিচেম্বৰ: মহিলা সৱলীকৰণৰ ওপৰত ভিত্তি কৰি বৃহস্পতিবাৰে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ সমীপৱৰ্তী উত্তৰ অহোপা প্ৰাথমিক বিদ্যালয়ত এছ বি আই ফাউণ্ডডেছনৰ সহযোগত গ্ৰাম সেৱকৰ এক সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাখনত এছ বি আই ফাউণ্ডডেছনৰ প্ৰজেক্ট …