নিজ নিজ-কোঠা এৰি প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীন)ৰ হিতাধিকাৰীৰ ঘৰত আজি নিশা কটাব পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ আমোলা, বিষয়া-কৰ্মচাৰীসকলে
কোকৰাঝাৰ, সংবাদ ৩৬৫, ১১ আগষ্ট: শনিবাৰে নিশাৰ আলহি হৈ কটাব কোকৰাঝাৰ জিলা মূখ্য কাৰ্যবাহী বিষয়া প্ৰকল্প সঞ্চালক হাতীধূৰা,কচুগাঁৱ খণ্ড উন্নয়ণ বিষয়াৰ লগতে বিভাগীয় আন আন বিষয়া কৰ্মচাৰীসকলে। সমগ্ৰ অসমত শনিবাৰে আজি ঘৰে ঘৰে জৰিপৰ অংশ হিচাপে প্ৰধান মন্ত্ৰী আৱাস যোজনা(গ্ৰামীন)ৰ …