ৰঙিয়াত মানব সৰবৰাহকাৰী চক্ৰৰ ঘাটি: শিশু, যুৱতীৰ লগতে মানব সৰবৰাহকাৰীৰ লগত জড়িত ৬ জনক আটক

ৰঙিয়া, সংবাদ ৩৬৫, ২৫ জুলাই: যোৱা এমাহৰ ভিতৰত ৰঙিয়া ষ্টেচনত মানব সৰবৰাহকাৰী চক্ৰৰ কবলৰ পৰা আৰ পি এফে উদ্ধাৰ কৰিছে প্ৰায় ৫৫ জনতকৈ জনকৈ অধিক শিশু, কিশোৰ, যুৱতী আৰু মানব সৰবৰাহকাৰীত জড়িত ৬ জনক আটক কৰিছে । শেহতীয়াভাৱে আৰ পি …

ধনৰ বিনিময়ত পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়া অপৰাধত গ্ৰেপ্তাৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰীক্ষা উপ-নিয়ন্ত্ৰক

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ জুলাই: ৰাজ্যৰ একাংশ শিক্ষানুষ্ঠানত চলিছে বেআইনী কাৰ্য্য। এইবাৰ  গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পৰা উৎকোচ লৈ পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ অভিযোগত বিশ্ববিদ্যালয়খনৰ উপ-পৰীক্ষা নিয়ন্ত্ৰক অৰূপজ্যোতি দেৱশৰ্মাক যোৱাকালি নাৰেংগী তিনিআলিৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে । …

থিয়েটাৰ ভাগ্যদেৱীৰ ২০১৮-১৯নাট্যবৰ্ষৰ বাবে সাজু মোহময়ী অভিনেত্ৰী গায়ত্ৰী বৰা

  গুৱাহাটী, সংবাদ ৩৬৫, ২৫ জুলাই: ৰং চেনেল যোগে অসমীয়া ধাৰাবাহিক “জোনালী এল.এল .বি ” আৰু ইতিমধ্য জোনাক,দূৰদৰ্শন আদি কেইবাটাও চেনেলৰ ধাৰাবাহিকত সুন্দৰ  অভিনয় কৰি দৰ্শকৰ মন জয় কৰিব লৈ সক্ষম হোৱা মোহময়ী অভিনেত্ৰী গায়ত্ৰী বৰাক এইবাৰ দেখা পোৱা যাব …

আৰক্ষীৰ কৱলৰ পৰা হেণ্ডকাপ খুলি চোৰৰ পলায়ন

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৫ জুলাই: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মইনবড়ী আৰক্ষীয়ে যোৱাকালি গ্ৰেপ্তাৰ কৰা চোৰ এজনক মেডিকেল চেক আপ কৰাবলৈ আহি আৰক্ষীৰ হেণ্ড কাপৰ পৰা চিকিৎসালয়ৰ সন্মুখৰ পৰাই প্ৰসাৱ কৰাৰ অজুহাতত কৰে পলায়ন। জানিব পৰা …

গড়াখহনীয়া প্ৰতিৰোধৰ কাৰণে অৱশেষত নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ওলাই আহিল দৰং জিলাৰ কুৰুৱাৰ একাংশ মহিলা

দৰঙ, সংবাদ ৩৬৫, ২৫ জুলাই: কুম্ভকৰ্ণ নিদ্ৰাত জলসম্পদ বিভাগ। খবৰ লবলৈ লবলৈ আহৰি নাই ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত কুৰুৱা অঞ্চলবাসী ৰাইজৰ। একমাত্ৰ নেদেখা জনৰ ওচৰতে কাকূতি-মিনতি কুৰুৱাবাসী ৰাইজৰ। মঙ্গলদৈ জলসম্পদ বিভাগৰ অধীনত থকা কুৰুৱা অঞ্চলটোত ভগবানেই একমাত্ৰ ভৰসা নৈ পৰীয়া ৰাইজৰ …

মৰনফান্দত পৰিনত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা টাৰিয়নী ৰাজগড় সংযোগী পথ

লক্ষীমপুৰৰ পৰা অৰূপ শইকীয়া, সংবাদ ৩৬৫, ২৪ জুলাইঃ পৰিৱৰ্তনৰ শ্লোগান দি বিজেপি চৰকাৰখনে দিছপুৰ দখল কৰিবলৈ সক্ষম হয় যদিও ৰাজ্যৰ বাট-পথৰ উন্নয়নৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন পৰিলক্ষিত নহ’ল। নিৰ্বাচনৰ পূৰ্বে বিজেপি দলটোৱে বাট-পথ নিৰ্মানৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত …

অসম লােকসেৱা আয়ােগৰ চাকৰি কেলেংকাৰীত জড়িত দৰং জিলা বিজেপিৰ উপ সভাপতি তথা দৰং জিলা উকিল সন্থাৰ সাধাৰন সম্পাদক শৈলেন শৰ্মা বৰুৱাক কঠোৰ শাস্তিৰ দাৱী

মঙলদৈ, সংবাদ ৩৬৫, ২৪ জুলাইঃ অসম লােকসেৱা আয়ােগৰ চাকৰি কেলেংকাৰীত জড়িত  দৰং জিলা ভাৰতীয় জনতা পাৰ্টীৰ উপ সভাপতি তথা দৰং জিলা উকিল সন্থাৰ সাধাৰন সম্পাদক শৈলেন শৰ্মা বৰুৱাক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে দৰং জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে৷ অধিবক্তাৰ …

নাজিৰা মহকুমাত ৰাজহুৱা বিতৰণ ব্যৱস্থা অধিক সফল কৰিবলৈ মহকুমাধিপতিৰ বিশেষ পদক্ষেপ

শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ২৪ জুলাইঃ নাজিৰা মহকুমাত ৰাজহুৱা বিতৰণ ব্যৱস্থা অধিক সফল আৰু কাৰ্যক্ষম কৰিবলৈ মহকুমাধিপতি ৰাজীৱ থাপাই খাদ্য আৰু অসামৰিক যোগান বিভাগ, নাজিৰা আৰু গাঁও পঞ্চায়ত সমবায় সমিতি সমুহৰ সহযোগত অনাগত দিনত কাৰ্যকৰী হোৱাকৈ বিশেষ কেতবোৰ …

মহানগৰীৰ ধাবাত অনৈতিক কাৰ্যত লিপ্ত যুৱক-যুৱতী আটক

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জুলাইঃ মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা গোল্ডেন ধাবাত মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই অনৈতিক কাৰ্যত জড়িত থকা কেইবাজনো যুৱক-যুৱতী আটক কৰে। জানিব পৰা মতে পশ্চিম গুৱাহাটী সংমণ্ডলৰ উপ আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ নেতৃত্বত গড়চুক আৰক্ষীয়ে …

লংকাত স্বামীয়ে হত্যা কৰিলে পত্নীক

লংকা, সংবাদ ৩৬৫, ২৪ জুলাইঃ হোজাই জিলাৰ লংকাৰ দক্ষিণ কান্দুৰাত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। কৃপাময় নাথ নামৰ এজন ব্যক্তিয়ে কাঠৰ টুকুৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰে পত্নী তৃপ্তি নাথক। জানিৱ পৰা মতে, কৃপাময় নাথ নামৰ লোকজনৰ লগত ২০১১ চনত বিবাহ …