গুৱাহাটী ৰে’ল ষ্টেচনত গাঞ্জাসহ পাঁচগৰাকী মহিলা আটক
গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জুলাইঃ গুৱাহাটীৰ পল্টন বজাৰ ৰে’ল ষ্টেচনত সোমবাৰে নিশা ৰে’ল আৰক্ষীয়ে গাঞ্জাসহ পাঁচগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয়। সোমবাৰে নিশা ৰে’ল আৰক্ষীয়ে ১৫৯০৩ নং নামনিমুৱা ডিব্ৰুগড় চণ্ডীগড় এক্সপ্ৰেছত নিয়মীয়া তালাচী চলাই চি/এছ-৫ আৰু চি/এছ-৬ নং ডবাৰ পৰা …