‘ৱৰ্ল্ড বেষ্ট স্মল ইউনিভাৰ্চিটিছ’ৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়’
তেজপুৰ, সংবাদ ৩৬৫, ৭ আগষ্টঃ পুনৰবাৰ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিল তেজপুৰ বিশ্ববিদ্যালয়৷ টাইমছ হাইয়াৰ এডুকেশ্বনে প্ৰকাশ কৰা তালিকাত বিশ্বৰ আন সৰু বিশ্ববিদ্যালয়সমূহক চেৰ পেলাই ২০ নম্বৰ স্থানত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে অসমৰ তেজপুৰ বিশ্ববিদ্যালয়৷ অলপতে টাইমছ হাইয়াৰ এডুকেশ্বন ৱৰ্ল্ড ইউনিভাৰ্চিটি …