যৌতুকৰ বাবে হত্যা পত্নীক
বঙাইগাঁও, সংবাদ ৩৬৫, ৫ আগষ্টঃ পুনৰ এক অমানৱীয় নিকৃষ্ট ঘটনাই কঁপাই তুলিছে বঙাইগাঁও জিলাৰ কোকিলা দক্ষিণপাৰাত৷প্ৰথমে হত্যা, তাৰ পাচত আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা৷ কেৱল যৌতুকৰ বাবেই স্বামীয়ে ডিঙি চেপি হত্যা কৰি কৰুণ মৃত্যুক সাৱটি ল’লে এগৰাকী মহিলাই৷ এই অমানৱীয় ঘটনা …