শিক্ষকৰ বদলিকৰণ স্থগিত ৰখাৰ দাবীত বিদ্যালয়ত তলা ওলোমাই প্ৰতিবাদ ৰাইজৰ
বাক্সা, সংবাদ ৩৬৫, ৮ আগষ্ট: এগৰাকী শিক্ষকক বদলিকৰণ কৰাৰ বাবে বিদ্যালয়ত তলা ওলমালে স্থানীয় ৰাইজ। বাক্সা জিলাৰ গোৱৰ্দ্ধনা খণ্ডৰ অন্তৰ্গত ৪০৮ নম্বৰ মৈৰাঝাৰ পাথাৰ প্ৰাথমিক বিদ্যালয়ৰ আনন্দ দাস নামৰ এজন শিক্ষকক বদলিকৰণ কৰাত ক্ষোভিত হৈ বিদ্যালয় খনত অনিৰ্দিষ্টকালৰ বাবে তলা …