এমাহ ৰোজাৰ অন্তত ৰাজ্যজুৰি ঈদ-উল-ফিটৰ পালন
গুৱাহাটী, সংবাদ ৩৬৫, ১৬ জুনঃ এমাহ ৰোজা পালনৰ অন্তত শনিবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে শান্তি-সম্প্ৰতিৰ মহান বাণীৰে সমগ্ৰ দেশৰ লগতে অসমটো পবিত্র ঈদ-উল-ফিটৰ পালন কৰে। ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত সম্প্ৰীতিৰ এনাজৰি অটুত ৰখাৰ আহ্বান জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ঈদগাহ পথাৰত …