আয়ৰ প্ৰমানপত্ৰ প্ৰদানৰ নামত কলগাছিয়াত মৌজাদাৰৰ লুণ্ঠণৰাজ
কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৭ জুনঃ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৰূপসী মৌজাৰ মৌজাদাৰ আব্দুল হামিদ চৌধুৰীয়ে আয়ৰ প্ৰমাণপত্ৰ প্ৰদানৰ নামত ব্যাপক লুণ্ঠণ চলাই থকাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে টকা লৈ আয়ৰ প্ৰমাণপত্ৰ প্ৰদানৰ কৰাৰ দৃশ্য কেমেৰাটো …