বৰপেটা সত্ৰৰ বৰ্ষফল গণনা: মুখ্যমন্ত্ৰী সোণোৱাল ৰাজনৈতিক ক্ষেত্ৰত সাৱধান থকাটো মঙ্গলজনক
বৰপেটা, সংবাদ ৩৬৫, ১৫ এপ্ৰিলঃ অসম দেশৰ ৰাশি হল কৰ্কট৷ ৰাশি ফলমতে বৰ্ষাৰম্ভ চক্ৰত জন্ম ৰাশিত ৰাহু সপ্তমস্থানত কেতু অৱস্থান কৰাত বছৰটো ৰাজ্যখনৰ বাবে অনুকুল বুলি কব নোৱাৰি৷ ইয়াৰ ফলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শাৰীৰিক আৰু মানসিক কষ্টৰ লগতে ৰাজনৈতিক ক্ষেত্ৰত সাৱধান …