সেনাক সহযোগ কৰিবলৈ পাকঘৰ এৰি ওলাই আহিল মহিলা
নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ বাৰিষাৰ পূৰ্বে ভঙা মাথাউৰিক লৈ শংকিত হৈ পৰিছে ৰাজ্যৰ নৈ পৰিয়া ৰাইজ। চৰকাৰে ৰাজ্যৰ ভঙা মাথাউৰি সমূহ নিৰ্মাণৰ সময়সীমা বান্ধি দিছে যদিও চৰকাৰ ওপৰত আস্থা নাই ৰাইজৰ। চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই বাক্সা জিলাৰ …