কলগাছিয়া বালাৰপাথাৰত নিশা ডকাইতি
কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২০ মাৰ্চ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথাৰ গাঁৱত সোমবাৰে নিশা নিচাযুক্ত দ্ৰব্য খুৱাই নগদ টকাসহ আ অলংকাৰ লুট কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বালাৰপাথাৰ গাঁৱৰ চুৰুত আলী আৰু তেওঁৰ পুত্ৰ মিজানুৰ …