ধুবুৰী জিলাৰ গৌৰীপুৰত ভয়াবহ পথ দুৰ্ঘটনা
গৌৰীপুৰ, সংবাদ ৩৬৫, ২৪ ফেব্ৰুৱাৰীঃ জিলাৰ গৌৰীপুৰৰ আলমগঞ্জত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে এক ভয়াবহ পথ দূৰ্ঘটনা সংঘটিত হয়৷ তীব্ৰবেগী দুই ট্ৰাকৰ মাজত খুন্দা লগত গুৰুত্বৰ ভাবে আহত হয় এজন টেট শিক্ষক। আহত শিক্ষকজন গুৱাহাটীৰ ছয়গাঁৱৰ চন্দন কলিতা বুলি চিনাক্ত …