বৰঝাৰ বিমানবন্দৰত অভিনৱ কায়দাৰে সোণৰ সৰবৰাহৰ চেষ্টা চলাওতে উদ্ধাৰ বৃহৎ পৰিমানৰ সোণ
মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১৫ জানুৱাৰীঃ গুৱাহাটীৰ বাৰঝাৰ বিমানবন্দৰত অভিনৱ কায়দাৰে সোণৰ সৰবৰাহৰ যো-যা চলাওতে শুক্ল বিভাগে দেওবাৰে নিশা এক বিশেষ অভিযান চলাই দুজন লোকৰ পৰা বৃহৎ পৰিমাণৰ সোণ জব্দ কৰে। জানিব পৰাম’তে মলাশয়ৰ ভিতৰত ভৰাই সোণ সৰবৰাহৰ যো-যা …